Chapter- 10
আমাৰ উৎসৱসমুহ
১। বিবিন্ন জাতি – জনজাতি আৰু সকলো সম্প্ৰদায়ে লোকে একেলগে কি জাতি বুলি কোৱা হয় ?
ক) মুছলিম জাতি
খ) মিছিং জাতি
গ) অসমীয়া জাতি
ঘ) ৰাভা জাতি
উত্তৰ- গ) অসমীয়া জাতি ।
২। আমি পালন কৰা উৎসৱসমুহ কিহৰ লগত জড়িত ?
ক) খেলৰ লগত জড়িত
খ) গানৰ লগত জড়িত
গ) কৃষিৰ লগত জড়িত
ঘ) ব্যবসায়ৰ লগত জড়িত
উত্তৰ- গ) কৃষিৰ লগত জড়িত ।
৩। আন কিছুমান উৎসৱ কিহৰ লগত জড়িত ?
ক) গানৰ লগত জড়িত
খ) ধৰ্ম লগত জড়িত
গ) কৃষিৰ লগত জড়িত
ঘ) ব্যৱসায়ৰ লগত জড়িত
উত্তৰ- খ) ধৰ্ম লগত জড়িত ।
৪। আকৌ আন কিছুমান উৎসৱ কিহৰ জগত জড়িত ?
ক) ধৰ্ম লগত জড়িত
খ) গানৰ জগত জড়িত
গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত
ঘ) কৃষিৰ লগত জড়িত
উত্তৰ- গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত ।
৫। অসমত সকলো জাতি – ধৰ্ম নিৰ্বিশেষে সকলোৱে পালন কৰা প্ৰধান উৎসৱ টো কি ?
ক) ঈদ
খ) দুৰ্গা পুজা
গ) বিহু
ঘ) বাথৌ পুজা
উত্তৰ- গ) বিহু ।
৬। উৎসৱে আমাৰ মনত কি দিয়ে ?
ক) দুখ দিয়ে
খ) আনন্দ দিয়ে
গ) আঘাত দিয়ে
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- খ) আনন্দ দিয়ে ।
৭। গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় ?
ক) ২৫ জানুবাৰী
খ) ২৬ জানুবাৰী
গ) ১৫ আগষ্ট
ঘ) ২ জানুবাৰী
উত্তৰ- গ) ১৫ আগষ্ট ।
৮। স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় ?
ক) ২৬ জানুবাৰী
খ) ১৫ আগষ্ট
গ) ২ জানুবাৰী
ঘ) ২৫ জানুবাৰী
উত্তৰ- খ) ১৫ আগষ্ট ।
৯। গান্ধী জয়ন্তী কিমান তাৰিখে পালন কৰা হয় ?
ক) ২ অক্টোবৰ
খ) ৫ অক্টোবৰ
গ) ১৫ আগষ্ট
ঘ) ২৬ জানুবাৰী
উত্তৰ- ক) ২ অক্টোবৰ ।
১০। শিক্ষক দিৱস কিমান তাৰিখে পালন কৰা হয় ?
ক) ৫ ছেপ্টেম্বৰ
খ) ২৪ জানুবাৰী
গ) ২৬ জানুবাৰী
ঘ) ১৫ আগষ্ট
উত্তৰ- ক) ৫ ছেপ্টেম্বৰ ।
Type by- Bikul Mandal