Chapter-8
আমাৰ পৃথিৱীখন
1/ সূৰ্য্যৰ চাৰিওফালে কি ঘূৰি থাকে ?
(ক) নেপচুন
(খ) পৃথিৱীৰ
(গ) ইউমাছ
উত্তৰঃ (খ) পৃথিৱীৰ।
2/ সৌৰজগতৰ গ্ৰহ কেইটা ?
(ক) ৭টা
(খ) ৮টা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) ৮টা।
3/ পানী আৰু মাটি পৰিমান কিমান ?
(ক) ৭২পানী আৰু ২৮ মাটি
(খ) ৭১পানী আৰু ২৯মাটি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) ৭১পানী আৰু ২৯মাটি।
4/ পৃথিৱীৰ খন ডাঙৰ নে সৰু ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
5/ পৃথিৱীখন কেই ধৰণে ঘুৰে লিখা ?
(ক) ৩ ধৰণে
(খ) ২ ধৰণে
(গ) ইয়াৰ ভিচতৰত এটাও নহয়
উত্তৰঃ (খ) ২ ধৰণে।
6/ সূৰ্য্যৰ চাৰিওফালে এপাক মাৰিবলৈ পৃথিৱীক কিমান দিনৰ সময় লয় ?
(ক) ৩৬৩ দিন
(খ) ৩৬৫ দিন
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) ৩৬৫ দিন।
7/ গতিকে সদায় একে ঠাইতে দিন বা ৰাতি নহয় ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) অশুদ্ধ।
8/ সেইবাবে এখন ঠাইত দিন আৰু ৰাতি দুয়োটা হয় ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
9/ সৌৰজগত মানে কি ?
(ক) পৃথিৱীৰ
(খ) সূৰ্য্য
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) সূৰ্য্য।
10/ পৃথিৱীৰ উপৰিভাগত মাটি আৰু পানী আছে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
Type By- Subhas Nath