Chapter- 7
আকাশৰ কথা
1/ আকাশৰ সকলো উজ্জল বস্তু কে কি বুলি কোৱা হয় ?
(ক) পোহৰ
(খ) জ্যোতিস্ক
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) জ্যোতিস্ক।
2/ তৰাৰ আন এটা নাম কি ?
(ক) পোহৰ
(খ) নক্ষত্ৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) নক্ষত্ৰ।
3/ আমাৰ আটাইতডকৈ ওচৰত থকা তৰাটো হ ল ?
(ক) পপিয়া তৰা
(খ) সূৰ্য্য
(গ) তৰা
উত্তৰঃ (খ) সূৰ্য্য।
4/ নিজাৰ পোহৰ থকা তৰাীটো কি ?
(ক) নক্ষত্ৰ
(খ) তৰা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) নক্ষত্ৰ।
5/ কি গ্ৰহৰ নিজাৰ পোহৰ নাই ?
(ক) উপ গ্ৰহৰ
(খ) সূৰ্য্য
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) উপ গ্ৰহৰ।
6/ ওপৰলৈ চালে চাৰিওফালে যি দেখা যায় ?
(ক) গছ-গছনি
(খ) আকাশ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) আকাশ।
7/ সূৰ্য্য গোটেই বোৰ গ্ৰহ উপগ্ৰহ একে লগে কি বুলি কোৱা হয় ?
(ক) নক্ষত্ৰ
(খ) সৌৰজগত
(গ) ইয়াৰ ভিতৰত এটাীও নহয়
উত্তৰঃ (খ) সৌৰজগত।
8/ আমাৰ পৰা সূৰ্য্য দূৰত্ব েপ্ৰায় ?
(ক) ১৬ কোটি
(খ) ১৫ কোটি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) ১৫ কোটি।
9/ সূৰ্য্যটো পৃথিৱীতকৈ প্ৰায় কিমান গুণ ডাঙৰ ?
(ক) ১০৮ গুণ
(খ) ১০৯ গুণ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) ১০৯ গুণ।
10/ আমাৰ চাৰিও ফালে কেইটা গ্ৰহ ঘূৰি থাকে ?
(ক) ৭ টা
(খ) ৮টা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) ৮টা।
Type By- Subhas Nath