Chapter-2
মাটি, শিল আৰু খনিজ পদাৰ্থ
1/ নদ-নদী, সাগৰ-মহাসাগৰ আদি হ’ল পৃথিৱীৰ কি ভাগ হয় ?
(ক) উপ ভাগ
(খ) পানী ভাগ
(গ) ইয়াৰ বিতৰত এটাও নহয়
উত্তৰঃ (খ) পানী ভাগ।
2/ মাটিৰ ঘাই তৰপ কেইটা ?
(ক) ২
(খ) ৩
(গ) ১
উত্তৰঃ (ক) ২।
3/ মাটি কেই প্ৰকাৰৰ ?
(ক) দুই প্ৰকাৰৰ
(খ) চাৰি প্ৰকাৰৰ
(গ) তিনি প্ৰকাৰৰ
উত্তৰঃ (গ) তিনি প্ৰকাৰৰ।
4/ মাটিৰ ভিতৰত সোমাই থকা বোৰক কি বুলি ধৰা নহয় ?
(ক) হিউমাছ
(খ) উপাদান
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) উপাদান।
5/ কি মাটি খহটা ?
(ক) সাৰুৱা মাটি
(খ) বালিয়া মাটি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ(খ) বালিয়া মাটি ।
6/ মাটি পৰা আমি কি কি পাওঁ ?
(ক) গছ – গছনি
(খ) খেতি- বাতি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) খেতি- বাতি।
7/ কি মাটিত হিউমাছৰ পৰিমান কম ?
(ক) বালিয়া মাটিত
(খ) বোকা মাটিত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) বোকা মাটিত।
8/ মাটিত কি কি গজে ?
(ক) গছ-গছনি
(খ) ফল-মূল আদি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) গছ-গছনি।
9/ সাৰুৱা বা পলসুৱা মাটিত কি থাকে ?
(ক) শক্তি
(খ) হিউমাছ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) হিউমাছ।
10/ মাটি উপাদান কেইটা ?
(ক) ২ প্ৰকাৰৰ
(খ) ৪ প্ৰকাৰৰ
(গ) ১ প্ৰকাৰৰ
উত্তৰঃ (ক) ২ প্ৰকাৰৰ।
Type By- Subhas Nath