Chapter- 17
প্ৰাথমিক চিকৎসা
১। আমাক কাটিলে হথাতে তেজ ওলাই ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
২। হাত- ভৰি মোচোকা খালে বা ভাঙিলে কি কৰিব লাগে ?
(ক) মালিছ কৰিব লাগে
(খ) একো কৰিব নালাগে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (খ) একো কৰিব নালাগে ।
৩। হাত – ভৰি কিবা কিবি হ’ল আমি ক’লৈ যাব লাগে ?
(ক) ঘৰলৈ
(খ) চিকিৎসা লৈ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (খ) চিকিৎসা লৈ ।
৪। প্ৰাথমিক চিকিৎসা কাক বোলে ?
(ক) দুখ পোৱা লগে লগে যি চিকিৎসা দিয়া হয় তাকে
(খ) দুখ পোৱা লগে লগে যি কাম কৰে হয় তাকে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) দুখ পোৱা লগে লগে যি চিকিৎসা দিয়া হয় তাকে ।
৫। কেইজন মানুহে চোৱা – চিতাখিনি কৰিব লাগে ?
(ক) ২ জন
(খ) ৩ জন
(গ) ৪ জন
উত্তৰ- (ক) ২ জন ।
৬। দুখ পালে লগে লগে কিছুমান কাম কৰিব লাগে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
৭। জুয়ে পুৰিলে লগে লগে পোৰা ঠাই কিনি কি কৰিব লাগে ?
(ক) চাফা আৰু ঠাণ্ডা পানীৰে ধুব লাগে
(খ) ধুব লাগে বা জুবুৰিয়াই থ ব লাগে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) চাফা আৰু ঠাণ্ডা পানীৰে ধুব লাগে ।
৮। বৰল, মৌমাখি বা পোক – পৰুৱা কামোৰিলে কি লাগি থাকে ?
(ক) শুং
(খ) ভৰি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) শুং ।
৯। মানুহজন কিবা কিবি হ’লে যথেষ্ট কিমান পৰা মুকলি বতাহ পায় সহজে উশাহ- নিশাহ ল’ব লাগে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
১০। চিকিৎসকৰ পৰামৰ্শমতে ঔষধ- পাতি দিব লাগে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
Type by- Bikul Mandal