Chapter- 16
মানুহৰ স্বাস্থ্য
১। ভাল স্বাস্থ্য বাবে পুষ্টিকৰ খাদ্য প্ৰয়োজন ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়ৈাৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
২। মানুহৰ শৰীৰৰ বিভিন্ন অংশবোৰক কি বোলে ?
(ক) শৰীৰ
(খ) অংগ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (খ) অংগ ।
৩। শৰীৰৰ বিভিন্ন অংগ গঠন হ’বলৈ প্ৰয়োজনীয় বস্তুক পুষ্টিকৰ বস্তু বোলে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
৪। প্ৰতেক অংগৰে একোটা কি কৰে?
(ক) কাম কৰে
(খ) শক্তি দিয়ে
(গ) ইয়াৰ বিতৰত এটাও নহয়
উত্তৰ- (ক) কাম কৰে ।
৫। পুষ্টিকৰ খাদ্য লগতে মানুহে কি খাব লাগে ?
(ক) ভাল বস্তু খাব লাগে
(খ) পৰিস্কাৰ পানী খাব লাগে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (খ) পৰিস্কাৰ পানী খাব লাগে ।
৬। শাক- পাচলি আমি কৰ পৰা পাওঁ ?
(ক) খেতি পথাৰ বা বাৰীত
(খ) ৰাস্তাত বা পানীত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) খেতি পথাৰ বা বাৰীত ।
৭। খোৱা পানী পৰিষ্কাৰ ন’হলে ইয়াতো বহুতো বেমাৰ বীজাণু নাথাকে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটীাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
৮। টোপনি ভাল ন’হলে স্বাস্থ্য ভালে নাথাকিব ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ বিতৰত এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
৯। মানুহে কিয় আহাৰ খাব লাগে ?
(ক) শক্তি
(খ) বেমাৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) শক্তি ।
১০। সদায় গা-মূৰ ধুই চাফ চিকুণ হৈ থাকিব লাগে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
Type by- Bikul Mandal