Chapter-13
উদ্ভিদৰ পৰা পোৱা বস্তুৌ
1/ মানুহে আহাৰ উদ্ভিদৰ পৰাই পায় ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
2/ কিহৰ পৰা সূতা তৈয়াৰ কৰা হয় ?
(ক) বাহঁৰ পৰা
(খ) কপাহৰ পৰা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) কপাহৰ পৰা।
3/ আহাৰে কাম কৰিবলৈ কি দিয়ে ?
(ক) শক্তি আৰু জোৰ
(খ) ডাঙৰ দীঘল হবলৈ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শক্তি আৰু জোৰ।
4/ ঘৰচীয়া জন্তুবোৰৰ নাম লিখা ?
(ক) কাউৰী, মাছ, কাছৰ
(খ) গৰু, ম’হ, ঘোঁৰা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) গৰু, ম’হ, ঘোঁৰা।
5/ শৰীৰৰ বাবে বায়ু লোৱা অক্সিজেন কেইটাৰ নাম হ’ল কাৰ্বন- ডাই-অক্সিইড, অক্সিজেন ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
6/ উদ্ভিদ নাথাকিলে জীৱ – জন্তু জীয়াই থাকিব ?
(ক) পাৰে
(খ) নোৱাৰে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) নোৱাৰে।
7/ উদ্ভিদে বায়ু পৰিস্কাৰ কৰি ৰাখে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
8/ গছে কি অক্সিজেন লয় ?
(ক) কাৰ্বন ডাই অক্সাইড
(খ) অক্সিজেন
(গ) ইয়াৰ ভিতৰত এটৈও নহয়
উত্তৰঃ (ক) কাৰ্বন ডাই অক্সাইড।
9/ পৃথিৱীৰ অসংথখাযবিধ উদ্ভিদ আছে ?
(ক) হয়
(খ) নহয়
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) হয়।
10/ মানুহে নিজে কাপোৰ তৈয়াৰ কৰে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
Type By- Subhas Nath