Chapter-10
উদ্ভিদ
1/ গছ-বন শেলাই আদিকে উদ্ভিদ বোলে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
2/ কিছুমান গছ মাটিৰ হয় এইবোৰ গছক কিহে ধৰি ৰাখে ?
(ক) শিলে
(খ) শিপাই
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) শিপাই।
3/ গছৰ বৃক্ষ বোৰৰ নাম লিখা ?
(ক) কোমোৰা,পাণ আৰু উৰহী
(খ) শাল, চেগুণ আৰু নাহৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) শাল, চেগুণ আৰু নাহৰ।
4/ সেউজীয়া উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু সাৰ শুহি ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
5/ ক্ষুদ্ৰ উদ্ভিদৰ কিছুনামৰ নাম লিখা ?
(ক) মচ, আৰু শেলাই
(খ) লাও আৰু উৰহী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) মচ, আৰু শেলাই।
6/ ফুল ফুলা কিছুমান গছ বৰ ডাঙৰ ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
7/ সেউজীয়া উদ্ভিদে আহাৰ তৈয়াৰ নকৰে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
8/ ভেঁট, পদুম, পুণী আদি পানীত নগজে ?
(ক) হয়
(খ) নহয়
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) নহয়।
9/ গছৰ মাটি ওপৰত থকা অংশটোক কি বুলি কোৱা হয় ?
(ক) গা গছ
(খ) শিপা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) গা গছ।
10/ গছে পাতত নিজৰ খাদ্য তৈয়াৰ কৰি নলয় ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) অশুদ্ধ।
Type By- Subhas Nath