Chapter- 8
আমাৰ ককা
১। ডঃ ভবেন্দ্ৰ নাথ শইকীয়া কোন আছিল ?
(ক) ককা আছিল
(খ) মাম আছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ককা আছিল ।
২। কাকাকে লিখা এখন উপন্যাসনখনৰ নাম লিখা ?
(ক) বুঢ়ী আই
(খ) মৰমৰ দেউতা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) মৰমৰ দেউতা ।
৩। সঁফুৰা আলোচনীখনৰ সম্পাদক কোন আছিল ?
(ক) তলৰ পৰা এটাও নহয়
(খ) প্ৰবাল
(গ) ভবেন্দ্ৰ নাথ শইকীয়া
উত্তৰ- (গ) ভবেন্দ্ৰ নাথ শইকীয়া ।
৪। বিখ্যাত শব্দ অৰ্থ কি ?
(ক) প্ৰখ্যাত
(খ) জনাজাত
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।
৫। ন্যাস শব্দ অৰ্থ কি ?
(ক) নিধি
(খ) পুঁজি
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।
৬। বিৰল শব্দ অৰ্থ কি ?
(ক) পাবলৈ টান
(খ) ইয়াৰ পৰা দুয়োটায়ে হয়
(গ) পাবলৈ কঠিন
উত্তৰ- (খ) ইয়াৰ পৰা দুয়োটায়ে হয় ।
৭। নিমাৰ্ণ শব্দটো অৰ্থ কি ?
(ক) তৈয়াৰ কৰি উলিওৱা
(খ) পৰিকল্পনা
(গ) এটাও নহয়
উত্তৰ- (ক) তৈয়াৰ কৰি উলিওৱা ।
Type by- Bikul Mandal