Chapter- 7
মহাপুৰুষ
১। মহাপুৰুষ দুজন নাম কি ?
(ক) শংকৰদেৱ আৰু মাধৱদেৱ
(খ) চন্দ্ৰ কুমাৰ আগৰৱালা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) শংকৰদেৱ আৰু মাধৱদেৱ ।
২। এজন সূৰ্য কাক বুজাইছে ?
(ক) শংকৰদেৱক
(খ) মাধৱদেৱক
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) শংকৰদেৱক ।
৩। চন্দ্ৰ কাক বুজাইছে ?
(ক) মাধৱ দেৱক
(খ) শংকৰদেৱক
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) মাধৱ দেৱক ।
৪। আন্ধাৰ বিপৰীত শব্দ কি ?
(ক) পোহৰ
(খ) ৰাতি
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) পোহৰ ।
৫। প্ৰভাত বিপৰীত শব্দ কি ?
(ক) ৰাতিপুৱা
(খ) গধূলি
(গ) এটাও নহয়
উত্তৰ- (খ) গধূলি ।
Type by- Bikul Mandal