Chapter- 5
দেশতকৈ মোমাই ডাঙৰ নহয়
১। মোমোইদেউ মোগলক বাধা দিবলৈ কিহৰ প্ৰয়োজন হৈছিল ?
(ক) গড়ৰ
(খ) বাঘৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) গড়ৰ ।
২। দেশতকৈ মোমাই ডাঙৰ বুলি এই কথাষাৰ কোনে কৈছিল ?
(ক) মহাত্মা গান্ধীয়ে
(খ) লাচীত বৰফুকনে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) লাচীত বৰফুকনে ।
৩। মোমাইদেউ গড়ৰ কাম সম্পূৰ্ণ হৈছিল নে ?
(ক) ওপৰৰ এটাও নহয়
(খ) হৈছিল
(গ) নাই হোৱা
উত্তৰ- (গ) নাই হোৱা ।
৪। দেশৰ কামত হেলা কৰা অপৰাধ বুলি কোনে কৈছিল ?
(ক) লাচীত বৰফুকনে
(খ) মোমোইদেউ
(গ) এটাও নহয়
উত্তৰ- (ক) লাচীত বৰফুকনে ।
৫। গড়ৰ বন্ধা সম্পূৰ্ণ কাম কাক গতাইছিল ?
(ক) মাকক
(খ) মোমাইদেউ
(গ) এটাও নহয়
উত্তৰ- (খ) মোমাইদেউ ।
Type by- Bikul Mandal