Chapter- 4
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
১। ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত হয়?
(ক) ১৯০৫ চনত
(খ) ১৯০৪ চনত
(গ) ১৯০৩ চনত
উত্তৰ- (গ) ১৯০৩ চনত ।
২। ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান তাৰিখে হৈছিল?
(ক) ১৩ জুন
(খ) ১৫ জুন
(গ) ১৭ জুন
উত্তৰ- (গ) ১৭ জুন ।
৩। চোৱা লচিতা কৰাৰ পিছত নাম কি বুলি ৰখা হ’ল?
(ক) পৰমানন্দ
(খ) কিৰণনময়ী
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৪। জন্মৰ অলপ দিনৰ পাছত ককা-দেউতাকে তেওঁক কি জিলাত থকা স্থায়ী ঘৰলৈ লৈ গৈছিল?
(ক) নগাঁও
(খ) তেজপুৰ
(গ) ডিব্ৰুগড়
উত্তৰ- (খ) তেজপুৰ ।
৫। কি অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই?
(ক) নগাঁও
(খ) তেজপুৰ
(গ) ডিবিৰুগড়
উত্তৰ- (খ) তেজপুৰ ।
৬। ক’ত জ্য়োতিপ্ৰসাদ দাঙৰ-দীঘল হৈছিল?
(ক) নগাওঁ
(খ) তেজপুৰ
(গ) ডিব্ৰুগড়
উত্তৰ- (খ) তেজপুৰ ।
৭। জ্য়োতিপ্ৰসাদৰ মাক-দেউতাক কি প্ৰেমী আছিল?
(ক) দেশপ্ৰেমী
(খ) সংগীতপ্ৰেমী
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) সংগীতপ্ৰেমী ।
৮। জ্য়োতিপ্ৰসাদক কিমান চনত তেজপুৰৰ হাইস্কুলত নাম লগাইছিল?
(ক) ১৯১২ চনত
(খ) ১৯১৫ চনত
(গ) ১৯১৯ চনত
উত্তৰ- (গ) ১৯১৯ চনত ।
৯। কিমান চনত জ্য়োতিপ্ৰসাদে উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ গৈছিল?
(ক) ১৯২১ চনত
(খ) ১৯২৬ চনত
(গ) ১৯২৯ চনত
উত্তৰ- (খ) ১৯২৬ চনত ।
১০। কিমান চনত জ্য়োতিপ্ৰসাদৰ মূত্য়ু হয়?
(ক) ১৯৫১ চনত
(খ) ১৯৫৬ চনত
(গ) ১৯৫৯ চনত
উত্তৰ- (ক) ১৯৫১ চনত ।
Type by- Bikul Mandal