Chapter- 3
কম্পিউটাৰ
১। তোমালোকে কম্পিউটাৰ দেখিছা নে?
(ক) দেখিছা
(খ) নাই দেখা
(গ) নাজানো
উত্তৰ- (ক) দেখিছা , (খ) নাই দেখা , (গ) নাজানো ।
২। ই কিহৰ দৰে এটা ইলেক্ট্ৰ’নিক যন্ত্ৰ?
(ক) গাড়ীৰ
(খ) টেলিভিছন
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) টেলিভিছন ।
৩। কি ইমান শক্তিশালী যন্ত্ৰ যে চকুৰ পলকতে অতি কঠিন কাম কৰি ফলাফল উলিযাই দেখুৱাব পাৰে?
(ক) গাড়ী
(খ) টেলিভিছন
(গ) কম্পিউটাৰ
উত্তৰ- (গ) কম্পিউটাৰ ।
৪। কিমান চনত ফৰাছীৰ ব্ললেইজ পাছকেলে গণনা কৰিব পৰা এটা যন্ত্ৰ আৱিষ্কাৰ কৰে?
(ক) ১৬৪৭ চনত
(খ) ১৬৬৩ চনত
(গ) ১৬৭৫ চনত
উত্তৰ- (ক) ১৬৪৭ চনত ।
৫। কিমান চনত ইংলেণ্ডৰ চাৰ্লচ পি. বেবেজ নামৰ এজন গণিতজ্ঞই এটা আধুনিক কম্পিউটাৰৰ আৱিষ্কাৰ কৰে?
(ক) ১৮৭৫ চনত
(খ) ১৮২৭ চনত
(গ) ১৮০২ চনত
উত্তৰ- (খ) ১৮২৭ চনত ।
৬। ছাত্ৰ-ছাত্ৰীৰ বাবে কিহৰ জ্ঞান অপৰিহাৰ্য?
(ক) কিতাপৰ জ্ঞান
(খ) কম্পিউটাৰ জ্ঞান
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) কম্পিউটাৰ জ্ঞান ।
৭। শ্ৰেণীত শিক্ষক নাথাকিলে কোনে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা দিব পাৰিব?
(ক) টেলিভিছনে
(খ) কম্পিউটাৰে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) কম্পিউটাৰে ।
৮। কি বিজ্ঞানত কম্পিউটাৰৰ ব্য়ৱহাৰ কৰা হয়?
(ক) মহাকাশ বিজ্ঞানত
(খ) পদাৰ্থ বিজ্ঞানত
(গ) গণিত বিজ্ঞানত
উত্তৰ- (ক) মহাকাশ বিজ্ঞানত ।
৯। এবাকাছে কি বুজাবলৈ ৰঙাণ মণি থকা এখন পলি?
(ক) ১,২,৩
(খ) ৪,৫,৬
(গ) ৭,৮,৯
উত্তৰ- (ক) ১,২,৩ ।
১০। কম্পিউটাৰ আৱিষ্কাৰৰ ফলত মানুহৰ কি কি পৰিশ্ৰম কমি গৈছে?
(ক) মানসিক
(খ) শাৰীৰিক
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (ক) মানসিক , (খ) শাৰীৰিক ।
Type by- Bikul Mandal