Chapter- 22
বিবেক আৰু তাৰ পাঁচ মিনিট
১। বিবেকৰ বয়স কিমান ?
(খ) ১২ বছৰ
(খ) ১০ বছৰ
(গ) ২৩ বছৰ
উত্তৰ- (খ) ১০ বছৰ ।
২। চুকাফা দিৱস কেই তাৰিখে পালন কৰা হয় ?
(ক) ২ ডিচেম্বৰ তাৰিখে
(খ) ১৪ নৱেম্বৰ তাৰিখে
(গ) ৫ চেপ্তেম্বৰ তাৰিখে
উত্তৰ- (ক) ২ ডিচেম্বৰ তাৰিখে ।
৩। দেৰি শব্দ অৰ্থ কি ?
(ক) পলম
(খ) সোনকালে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) পলম ।
৪। বিবেক শিৱসাগৰত যাৱ পালে নে ?
(ক) পালে
(খ) নাপালে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) নাপালে ।
৫। ২ ডিচেম্বৰৰ দিনা বিদ্যালয় কিয় বন্ধ আছিল ?
(ক) চুকাফা দিৱস উপলক্ষে
(খ) শংকৰদেৱৰ তিথি উপলক্ষে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) চুকাফা দিৱস উপলক্ষে ।
৬। বিবেকে তাৰ ডায়েৰীত কি লিখা হয় আছে ?
(ক) ৰংঘৰ
(খ) কাৰেংঘৰ
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।
Type by- Bikul Mandal