Chapter- 21
হৰি-ভক্তিৰ মাহাত্ম্য
১। দৈত্যৰাজৰ পুতেকৰ নাম কি ?
(ক) প্ৰহ্লাদ ৰাজতন্ত্ৰ
(খ) বিষ্ণু
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) প্ৰহ্লাদ ৰাজতন্ত্ৰ ।
২। প্ৰহ্লাদক কি কৰিলে ?
(ক) হাতখন কাটিদিলে
(খ) হাতীৰে গছকালে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) হাতীৰে গছকালে ।
৩। প্ৰহ্লাদ কি হল
(ক) এটাও নহয়
(খ) প্ৰজা
(গ) ৰজা
উত্তৰ- (গ) ৰজা ।
৪। পবৰ্ত পৰা পেলেই দিওঁতে পহ্লাদ মৰিছিলনে ?
(ক) নাই
(খ) মৰিছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) নাই ।
Type by- Bikul Mandal