Chapter- 20
দোঁ খাই থকা গছ
১। অসহায় শব্দ অৰ্থ কি ?
(ক) সহায় নথকা
(খ) সহায় থকা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) সহায় নথকা ।
২। দেশপ্ৰেমিক শব্দ অৰ্থ কি ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) যি নিজৰ দেশক ভাল পায়
(গ) যি নিজৰ দেশক ভাল নাপায়
উত্তৰ- (খ) যি নিজৰ দেশক ভাল পায় ।
৩। বুঢ়ীজনে কিহৰ সহায় বিচাৰিছিল ?
(ক) ৰাস্তাটোৰ পাৰ কৰি দিবলৈ সহায় বিচাৰিছিল
(খ) পইচা সহায়ৰ বিচাৰিছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ৰাস্তাটোৰ পাৰ কৰি দিবলৈ সহায় বিচাৰিছিল ।
৪। ন্যায়ধীশ শব্দ অৰ্থ কি ?
(ক) বিচাৰপতি
(খ) কুশল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বিচাৰপতি ।
৫। বুঢ়ীজনীৰ চকুপানী কিয় ওলাইছিল ?
(ক) সহায় নকৰা বাবে
(খ) মা বুলি মাতা দেখি
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) মা বুলি মাতা দেখি ।
৬। কল্যাণ শব্দ অৰ্থ কি ?
(ক) কুশল
(খ) মঙ্গল
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰ- (খ) মা বুলি মাতা দেখি ।
Type by- Bikul Mandal