Chapter- 15
অসমৰ দুগৰাকী সাহসী নাৰী
১। ভাৰত স্বাধীন কিমান চনত হৈছিল ?
(ক) ১৭৯৮ চনত১৯৪৭চনত
(খ) ১৯৪৭চনত
(গ) ১৮৩২ চনত
উত্তৰ- (খ) ১৯৪৭চনত ।
২। কনকলতা ক’ত জন্ম হৈছিল ?
(ক) গহপুুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত
(খ) দিছপুৰত
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) গহপুুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত ।
৩। কনকলতা কিমান চনত জন্ম হৈছিল ?
(ক) ১৭৮৯ চনত
(খ) ১৪৫৬ চনত
(গ) ১৯২৮ চনত
উত্তৰ- (গ) ১৯২৮ চনত ।
৪। কনকলতা মাতৃৰ নাম কি ?
(ক) কনকেশ্বৰী বৰুৱা
(খ) পুতুলীবাই
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) কনকেশ্বৰী বৰুৱা ।
৫। তেঁওৰ পিতৃৰ নাম কি ?
(ক) তলৰ এটাও নহয়
(খ) কৃষ্ণকান্ত বৰুৱা
(গ) ৰবীন্দ্ৰ নাথ ঠাকুৰ
উত্তৰ- (খ) কৃষ্ণকান্ত বৰুৱা ।
৬। নগাঁও জিলাত হোৱা আন্দোলনৰ মহিলা অধিনায়িকা কোন আছিল ?
(ক) দৌপদী মনমোৰ
(খ) ভোগেশ্বৰা ফুকননী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ভোগেশ্বৰা ফুকননী ।
৭। তেঁওৰ পিতৃৰ নাম কি ?
(ক) আত্মৰাম বুঢ়াগোঁহাই
(খ) হেমচন্দ্ৰ বৰুৱা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) আত্মৰাম বুঢ়াগোঁহাই ।
৮। তেঁওৰ মাতৃৰ নাম কি ?
(ক) নীলেশ্বৰী বুঢ়াগোঁহাই
(খ) নলিনী বালা দেৱী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) নীলেশ্বৰী বুঢ়াগোঁহাই ।
৯। ভোগেশ্বৰী ফুকননী কিমান চনত জন্ম হৈছিল ?
(ক) ১৮৮৫ চনত
(খ) ১৮৯০ চনত
(গ) ১৫৭৯ চনত
উত্তৰ- (ক) ১৮৮৫ চনত ।
১০। তেঁওৰ মৃত্যু কিমান চনত হৈছিল ?
(ক) ১৯৪২ চনত
(খ) ১৮৯০ চনত
(গ) ১৪৫৬ চনত
উত্তৰ- (ক) ১৯৪২ চনত ।
Type by- Bikul Mandal