Chapter- 13
সঁচা সেৱাৰ ফল
১। তাঁতীজনৰ নাম কি ?
(ক) নিবিৰ
(খ) নীৰু
(গ) বিষ্ণু
উত্তৰ- (খ) নীৰু ।
২। তেঁওৰ পত্নীজনৰ নাম কি ?
(ক) নীমা
(খ) নিচা
(গ) বিটিছা
উত্তৰ- (ক) নীমা ।
৩। তেঁওলোকে কি ব্যৱসায় কৰিছিল ?
(ক) কোপোৰ
(খ) দোকান
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) কোপোৰ ।
৪। ল’ৰাজন কেনেকুৱা স্বভাৱৰ আছিল ?
(ক) বেয়া স্বভাৱৰ আছিল
(খ) ভাল স্বভাৱৰ আছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ভাল স্বভাৱৰ আছিল ।
৫। ল’ৰাজন নাম কি আছিল ?
(ক) ৰিচি
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) কিশোৰ
উত্তৰ- (খ) ইয়াৰ পৰা এটাও নহয় ।
৬। ল’ৰাজনে কাপোৰখিনি কি কৰিলে ?
(ক) বেছিলে
(খ) দুখীয়া-ভিক্ষাৰীসকলক দিলে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) দুখীয়া-ভিক্ষাৰীসকলক দিলে ।
Type by- Bikul Mandal