Chapter- 12
অসমীয়া অভিধান
১। ইংৰাজ সকল অসমলৈ অহাৰ আগতে অসমীয়া অভিধান আৰু ব্যাকৰণৰ প্ৰচলন আছিল নে নাছিল ?
(ক) আছিল
(খ) নাছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) নাছিল ।
২। কিমান চনত অসমীয়া ৰচনা অভিধান কৰিছিল ?
(ক) ১৮৩৯ চনত
(খ) ২০০৭ চনত
(গ) ২১৩৫ চনত
উত্তৰ-(ক) ১৮৩৯ চনত ।
৩। অসমীয়া ৰচনা কোনে ৰচনা কৰিছিল ?
(ক) ৰবীন্দ্ৰ নাথ ঠাকুৰ
(খ) যদুৰাম ডেকা বৰুৱা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) যদুৰাম ডেকা বৰুৱা ।
৪। অসমীয়া আৰু ইংৰাজী অভিধান নামৰ অভিধানখন কিমান চনত প্ৰকাশিত হৈছিল ?
(ক) ১২৩৪ চনত
(খ) ১৬৬৭ চনত
(গ) ১৮৬৭ চনত
উত্তৰ- (গ) ১৮৬৭ চনত ।
৫। অসমীয়া আৰু ইংৰাজী অভিধানখন কোনে লিখিছিল ?
(ক) ডঃ মাইলছ্ ব্ৰন্ছনে
(খ) ৰামনাথ কোৱিন্দ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ডঃ মাইলছ্ ব্ৰন্ছনে ।
৬। হেমচন্দ্ৰ বৰুৱাই লিখা অসমীয়া অভিধানখনৰ নাম কি ?
(ক) অসমীয়া ব্যাকৰণ জ্যোতি
(খ) হেমকোষ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) হেমকোষ ।
৭। হেমচন্দ্ৰ মৃত্যুৰ পাছত কিমান চনত অভিধানখন ছপা হৈছিল ?
(ক) ১৬৭৭ চনত
(খ) ১৯০০ চনত
(গ) ১৮৯০ চনত
উত্তৰ- (খ) ১৯০০ চনত ।
৮। চন্দ্ৰকান্ত অভিধানখন কিমান চনত প্ৰকাশ পায় ?
(ক) ১৯৩৩ চনত
(খ) ২০০৯ চনত
(গ) ১৬৭৮ চনত
উত্তৰ- (ক) ১৯৩৩ চনত ।
৯। গিৰিধৰ শৰ্মাৰ অভিধানখন কিমান চনত অভিধান ছপা হৈছিল ?
(ক) ১২৩৪ চনত
(খ) ১৯৫২ চনত
(গ) ১৯৭৬ চনত
উত্তৰ- (খ) ১৯৫২ চনত ।
১০। মাতৃ শব্দ অৰ্থ লিখা ?
(ক) মা
(খ) আই
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।
Type by- Bikul Mandal