Chapter- 11
আখৰ যোগ কঁৰো আঁহা
১। শ + ব হ’ লে কি হব ?
(ক) শ্ব
(খ) শ্ম
(গ) শ্ৰ
উত্তৰ- (ক) শ্ব ।
২। শ + চ হ’ লে কি হব ?
(ক) শ্ম
(খ) শ্চ
(গ) শ্ত
উত্তৰ- (খ) শ্চ ।
৩। ষ + ক হ’ লে কি হব ?
(ক) ষ্ব
(খ) ষ্ৰ
(গ) ষ্ক
উত্তৰ- (গ) ষ্ক ।
৪। স + ক হ’ লে কি হব ?
(ক) স্ক
(খ) স্ৰ
(গ) স্ম
উত্তৰ- (ক) স্ক ।
৫। স + থ হ’ লে কি হব ? থ
(ক) স্ত
(খ) স্থ
(গ) স্ন
উত্তৰ- (খ) স্থ ।
৬। স + ফ হ’ লে কি হব ?
(ক) স্ফ
(খ) স্খ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) স্ফ ।
৭। ক্ষ + ণ হ’ লে কি হব ?
(ক) এটাও নহয়
(খ) ক্ষ্ণ
(গ) ক্ষ্ৰ
উত্তৰ- (খ) ক্ষ্ণ ।
৮। স+ক+ঋ হ’ লে কি হব ?
(ক) তলৰ এটাও নহয়
(খ) স্কৃ
(গ) ষ্কৃ
উত্তৰ- (খ) স্কৃ ।
৯। স +ত+ৰ হ’ লে কি হব ?
(ক) স্ত্ৰ
(খ) স্ত
(গ) স্থ
উত্তৰ- (ক) স্ত্ৰ ।
১০। প+ ৰ হ’ লে কি হব ?
(ক) প্ত
(খ) প্ৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) প্ত ।
Type by- Bikul Mandal