Chapter- 1
আমাৰ গাওঁ
১। শুৱনি আমাৰ গাঁওখন অতি শুৱনি কিহেৰে ভৰা ?
(ক) ছোৱালীয়ে
(খ) গছেৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গছেৰে ।
২। শুৱনি আমাৰ ধাননি পথাৰ কিহেৰে উপচি থাকে?
(ক) ফুলেৰে
(খ) সোণেৰে
(গ) ধানেৰে
উত্তৰ- (গ) ধানেৰে ।
৩। আমাৰ গাওঁ কবিতাটোৰ কবি জনৰ নাম কি ?
(ক) নিৰ্মলপ্ৰভা বৰদলৈ
(খ) আনন্দ চন্দ আগৰৱালা
(গ) ৰবিন্দ নাথ ঠাকুৰ
উত্তৰ- (খ) আনন্দ চন্দ আগৰৱালা ।
৪। শুৱনি শব্দৰ অৰ্থ কি?
(ক) ভৰি পৰা
(খ) বাঁহী
(গ) দেখিবলৈ ভাল, দেখনিয়াৰ
উত্তৰ- (গ) দেখিবলৈ ভাল, দেখনিয়াৰ ।
৫। মুদৈ শব্দৰ অৰ্থ কি ?
(ক) ভাঙনি কোঁৱৰ
(খ) ভৰি পৰা
(গ) নাৱেৰে বেপাৰ কৰা বেপাৰী
উত্তৰ- (গ) নাৱেৰে বেপাৰ কৰা বেপাৰী ।
৬। আমাৰ গাওঁ কবিতাটোৰ কবি জন কিমান চনত জন্ম?
(ক) ১৮৭৪
(খ) ২০০৮
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ১৮৭৪ ।
৭। আগৰৱালাদেৱ এগৰাকী বিশিষ্ট কি আছিল?
(ক) মহাপুৰুষ
(খ) কবি-সাহিত্য়িক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কবি-সাহিত্য়িক ।
৮। তলসৰা শব্দৰ অৰ্থ কি ?
(ক) অকপট
(খ) গছৰ পৰা সৰি তলত থকা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গছৰ পৰা সৰি তলত থকা ।
৯। তান শব্দৰ অৰ্থ কি?
(ক) সুৰৰ আলাপ
(খ) ডাল ভৰি থকা ফুলৰ গছ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সুৰৰ আলাপ ।
১০। চহা শব্দৰ অৰ্থ কি ?
(ক) মধুৰ
(খ) খেতি কৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) খেতি কৰা ।
Type by- Bikul Mandal