Chapter 5
পৰ্যটকৰ দৃষ্টিত ভাৰতীয় সমাজ
১. বৰ্তমানৰ উজবেকিস্তানৰ খাৰিজমতত কিমান চনত আৰ্ল বেৰুণীৰ জন্ম হৈছিল ?
(ক) ৯৪৫
(খ) ৯৭৩
(গ) ৯৮৮
উত্তৰঃ (খ) ৯৭৩
২. চুলতান মাহমুদে কিমান চনত খাৰিজম আক্ৰমণ কৰিছিল ?
(ক) ১২০৭
(খ) ১০১৩
(গ) ১০১৭
উত্তৰঃ (গ) ১০১৭
৩. চুলতান মাহমুদে খাৰিজাম আক্ৰমণ কৰা পিছত ভালেমান পণ্ডিত আৰু কবি সাহিত্যিকক তেওঁৰ ৰাজধানী গজনীতলৈ লৈ গৈছিল তাৰ ভিতৰত এজন আছিল ?
(ক) ইৱন বটুটা
(খ) ফ্ৰাছোৱা বাৰ্ণিয়াৰ
(গ) আল্ বেৰুণী
উত্তৰঃ (গ) আল্ বেৰুণী
৪. আৰবী ভাষাত ৰচিত আল্ বেৰুণীৰ সৰল আৰু সহজবোধ্য় গ্ৰন্থখনৰ নাম কি ?
(ক) কিতাব-উল-হিন্দ
(খ) পতঞ্জলীৰ ব্য়াকৰণ
(গ) ইউক্লিডৰ লিখনি
উত্তৰঃ (ক) কিতাব-উল-হিন্দ
৫. আৰৱসকলে পাৰ্চীসকলক অনুসৰণ কৰি সেই অঞ্চলটোক আৰু তাৰ বাসিন্দাসকলক কি বুলি কৈছিল ?
(ক) হিন্দুস্থান আৰু অসমীয়া
(খ) অল্-হিন্দ আৰু হিন্দী
(গ) গুজৰাট আৰু গুজৰাটী
উত্তৰঃ (খ) অল্-হিন্দ আৰু হিন্দী
৬. আৰবী ভাষাত ৰচিত ইব্ন বটুটাৰ ভ্ৰমণ কাহিনীখনক কি বোলা হয় ?
(ক) কিতাব-উল-হিন্দ
(খ) দৌলতাবাদ
(গ) ৰিহলা
উত্তৰঃ (গ) ৰিহলা
৭. মৰক্কোৰ টাঞ্জিয়াৰ এটি অতি সভ্ৰান্ত আৰু শিক্ষিত পৰিয়ালত কোনজন ভ্ৰমণকাৰী জন্ম হৈছিল ?
(ক) ফ্ৰাছোৱা বাৰ্ণিয়াৰ
(খ) আল্ বেৰুণী
(গ) ইৱন বটুটাৰ
উত্তৰঃ (গ) ইৱন বটুটাৰ
৮. ইবল বটুটাৰে স্থলভাগেৰে মধ্য এছিয়াৰে আহি কিমান চনত তেওঁ সিন্ধুত উপস্থিত হৈছিল ?
(ক) ১৩২৭
(খ) ১৩১৬
(গ) ১৩৩৩
উত্তৰঃ (গ) ১৩৩৩
৯. ইব্ন বটুটাৰে কিমান চনত নিজ গৃহভূমিলৈ প্ৰত্যাবৰ্তনৰ সিদ্ধান্ত লৈছিল ?
(ক) ১৩৩০
(খ) ১৩৪৭
(গ) ১৩৩৭
উত্তৰঃ (খ) ১৩৪৭
১০. ইব্ন বটুটাৰে কিমান শতিকাত ভ্ৰমণ কৰিছিল ?
(ক) চতুৰ্দশ শতিকাত
(খ) ত্ৰয়োৰ্দশ শতিকাত
(গ) একাৰ্দশ শতিকাত
উত্তৰঃ (ক) চতুৰ্দশ শতিকাত
১১. কিমান শতিকাত ভ্ৰমণ কৰাতো দুসাধ্য় কষ্টকৰ আৰু বিপদসংকুল আছিল ?
(ক) সপ্তৰ্দশ শতিকাত
(খ) ষষ্ঠৰ্দশ শতিকাত
(গ) চতুৰ্দশ শতিকাত
উত্তৰঃ (গ) চতুৰ্দশ শতিকাত
১২. কোনজন ভ্ৰমণকাৰী কিছুদিনৰ বাবে সন্যাসী হৈ পৰিছিল ?
(ক) শ্বেইখ আলি হাজিন
(খ) মাহমুদ বালখী
(গ) আবদুৰ ৰেজ্জাক সমখণ্ডীয়ে
উত্তৰঃ (খ) মাহমুদ বালখী
১৩. কিমান চনৰ আশে-পাশে পৰ্টূগিজসকল ভাৰতবৰ্ষলৈ আহি পাইছিল ?
(ক) ১৩০০
(খ) ১১০০
(গ) ১৫০০
উত্তৰঃ (গ) ১৫০০
১৪. ফ্ৰাঁছোৱা বাৰ্ণিয়াৰ কিমান বছৰ কাল ভাৰতবৰ্ষত কটাইছিল ?
(ক) বাৰ বছৰ
(খ) দহ বছৰ
(গ) এঘাৰ বছৰ
উত্তৰঃ (ক) বাৰ বছৰ
১৫. ইব্ন বটুটাৰ মতে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বৃহত আৰু জনসংখ্য়া বিশাল নগৰখনৰ নাম কি ?
(ক) গুৱাহাটী
(খ) দিল্লী
(গ) কলিকতা
উত্তৰঃ (খ) দিল্লী
১৬. ভাৰতবৰ্ষৰ ডাক ব্যৱস্থা কেই প্ৰকাৰৰ ?
(ক) এক
(খ) দুই
(গ) তিনি
উত্তৰঃ (খ) দুই
১৭. আবুল ফজল আকবৰৰ ৰাজত্ব কালত কি আছিল ?
(ক) বুৰঞ্জীকাৰ
(খ) গীতিকাৰ
(গ) লেখিকাৰ
উত্তৰঃ (ক) বুৰঞ্জীকাৰ
১৮. সপ্তদশ শতিকাত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোক নগৰত বাস কৰিছিল ?
(ক) ১২ শতাংশ
(খ) ১৫ শতাংশ
(গ) ১৭ শতাংশ
উত্তৰঃ (খ) ১৫ শতাংশ
১৯. পশ্চিম ভাৰতত উক্ত গোটবিলাকৰ মহাজন আৰু তাৰ প্ৰধানজনক কি বোলা হয় ?
(ক) হকিম
(খ) শেঠ
(গ) সভাপতি
উত্তৰঃ (খ) শেঠ
২০. আল্ বেৰুণীৰ মতে উচ্চ বৰ্ণটো কি আছিল ?
(ক) ব্ৰাহ্মণ
(খ) বৈশ্য়
(গ) ক্ষত্ৰিয়
উত্তৰঃ (ক) ব্ৰাহ্মণ