তৰ্কবিজ্ঞান
১। গ্ৰীক “Logos” শব্দৰ অৰ্থ কি ?
(ক) চিন্তা
(খ) মানৱতা
(গ) বিজ্ঞান
উত্তৰঃ (ক) চিন্তা
২। মানুহ কি জীৱ ?
(ক) অজ্ঞানী
(খ) বিধি- নিয়ম
(গ) বুদ্ধিবৃত্তিসম্পন্ন
উত্তৰঃ (গ) বুদ্ধিবৃত্তিসম্পন্ন
৩। চিন্তা শব্দটো কি?
(ক) কম ব্যাপক
(খ) অতি ব্যাপক
উত্তৰঃ (খ) অতি ব্যাপক
৪। তৰ্কবিজ্ঞান কি ?
(ক) পাৰম্ভিক বিজ্ঞান
(খ) অনুমানৰ বিজ্ঞান
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) অনুমানৰ বিজ্ঞান
৫। যুক্তি বা তৰ্ক কাক বোলে ?
(ক) লিখিত ৰূপে প্ৰকাশ
(খ) মৌখিক ৰূপে প্ৰকাশ
(গ) ভাষাৰ জৰিয়তে প্ৰকাশ
উত্তৰঃ (গ) ভাষাৰ জৰিয়তে প্ৰকাশ
৬। অনুমানত জ্ঞাত বিষয় বা সত্যই কি গঠন কৰে ?
(ক) বিজ্ঞান
(খ) আধাৰবচন
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) আধাৰবচন
৭। জ্ঞানৰ মাজত কেইটা উপাদান নিহিত হৈ থাকে ?
(ক) পাঁচটা
(খ) দুটা
(গ) তিনিটা
উত্তৰঃ (গ) তিনিটা
৮। জ্ঞানক কেইটা ভাগত ভাগ কৰা হৈছে ?
(ক) তিনিটা
(খ) দুটা
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) দুটা
৯। তৰ্কবিজ্ঞানৰ প্ৰধান আলোচ্য বিষয় কি?
(ক) শিক্ষা-দিক্ষা
(খ) অনুমান
(গ) ওপৰৰ গোটেই কেইটা
উত্তৰঃ (খ) অনুমান
১০। চিন্তাৰ মূল সূত্ৰাৱলীৰ যিকোনো এটা নিয়ম লিখা ।
(ক) ভূল নিয়ম
(খ) তাদাত্ম্য নিয়ম
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) তাদাত্ম্য নিয়ম
১১। এটা বচনত কেইটা পদ থাকে ।
(ক) তিনিটা
(খ) দুটা
(গ) সাতটা
উত্তৰঃ (খ) দুটা
১২। পৰোক্ষ জ্ঞানৰ উৎস দুটা হ’ল –
(ক) ফুল, জ্ঞান
(খ) ওপৰৰ এটাও নহয়
(গ) অনুমান, শব্দ
উত্তৰঃ (গ) অনুমান, শব্দ
১৩। আধুনিক তৰ্কবিজ্ঞানী গৰাকী কোন ?
(ক) এ.পি.জে আব্দুল কালাম
(খ) ৰাছেল
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ৰাছেল