Chapter 5
সামাজিক নৃতত্ত্ব
১। সামাজিক নৃতত্ত্ব এটা উপভাগ লিখা
(ক) সাংস্কৃতিক নৃতত্ত্ব
(খ) অসংস্কৃতি নৃতত্ত্ব
(গ) এটাও নহয়
উত্তৰঃ (ক) সাংস্কৃতিক নৃতত্ত্ব
২। কিমান শতিকাৰ শেষভাগত ইংলেণ্ডত সামাজিক নৃতত্ত্ব (Social Anthropology) নামটোৰ ব্য়ৱহাৰ হবলৈ ধৰে।
(ক) ঊনবিংশ শতিকা
(খ) একাদশ শতিকা
(গ) এটাও নহয়
উত্তৰঃ (ক) ঊনবিংশ শতিকা
৩। ছাৰ জেমছ ফ্ৰেজাৰ সামাজিক নৃতত্ত্বৰ কি আছিল।
(ক) প্ৰথম অধ্য়াপক
(খ) দ্বিতীয় অধ্য়াপক
(গ) তৃতীয় অধ্য়াপক
উত্তৰঃ (ক) প্ৰথম অধ্য়াপক
৪। কিমান চনত ইংলেণ্ডৰ লিভাৰপুল বিশ্ববিদ্য়ালয়ত পদ প্ৰদান কৰা হৈছিল।
(ক) ১৯৪৮ চনত
(খ) ১৯০৮ চনত
(গ) ১৯০৯ চনত
উত্তৰঃ (খ) ১৯০৮ চনত
৫। সামাজিক নৃতত্ত্বই মানৱ সমাজক সামগ্ৰিকভাৱে কৰে।
(ক) কাম কৰে
(খ) লক্ষ্য় কৰে
(গ) অধ্য়য়ন কৰে
উত্তৰঃ (গ) অধ্য়য়ন কৰে
৬। মানৱ সমাজৰ এটা বৈশিষ্ট্য় লিখা।
(ক) পৰিৱৰ্তনৰ হাৰ কম
(খ) সমাজ নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা থাকে
(গ) জনসংখ্য়া সৰহ
উত্তৰঃ (খ) সমাজ নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা থাকে
৭। উন্নত সমাজৰ এটা বৈশিষ্ট্য় লিখা।
(ক) কাৰিকৰি বিদ্য়াত আগবঢ়া
(খ) বিজ্ঞানৰ প্ৰভাৱ বেছি পৰে
(গ) শ্ৰম বিভাজন সৰল
উত্তৰঃ (ক) কাৰিকৰি বিদ্য়াত আগবঢ়া
৮। সমাজত কেইটা ভাগ থাকে।
(ক) ১টা
(খ) ২টা
(গ) ৩টা
উত্তৰঃ (গ) ৩টা