Chapter- 14
স্থানীয় শাসন প্ৰণালী
১। জিলাৰ শাসনৰ গুৰিয়ালজনক কি বুলি কোৱা হয়?
(ক) ৰাষ্ট্ৰপতি
(খ) উপায়ুক্ত
(গ) প্ৰধানমন্ত্ৰী
উত্তৰ- (খ) উপায়ুক্ত ।
২। মহকুমাৰ শাসনৰ গুৰিয়ালজনক কি বুলি কোৱা হয়?
(ক) মহকুমাধিপতি
(খ) মুৰব্বী
(গ) পৰিষদ
উত্তৰ- (ক) মহকুমাধিপতি ।
৩। ভাৰতৰ ৰাজধানী কি?
(ক) ইটানগৰ
(খ) দিছপুৰ
(গ) দিল্লী
উত্তৰ- (গ) দিল্লী ।
৪। বৰ্তমান অসমৰ কেৱল কত পৌৰ নিগম আছে?
(ক) মৰিগাঁওতহে
(খ) নগাঁওতহে
(গ) গুৱাহাটীতহে
উত্তৰ- (গ) গুৱাহাটীতহে ।
৫। পৌৰ নিগমৰ সদস্য়সকলক কি বুলি কোৱা হয়?
(ক) কাউন্সিল
(খ) মহকুমাধিপতি
(গ) মেয়ৰ
উত্তৰ- (ক) কাউন্সিল ।
৬। পৌৰ নিগমৰ মুৰব্বীজনক কি বুলি কোৱা হয়?
(ক) কাউন্সিল
(খ) মেয়ৰ
(গ) ৱাৰ্ড
উত্তৰ- (খ) মেয়ৰ ।
৭। পৌৰ সভাৰ সৰু সৰু সমষ্টিবোৰক কি বুলি কোৱা হয়?
(ক) ৱাৰ্ড
(খ) কাউন্সিল
(গ) পৌৰপতি
উত্তৰ- (ক) ৱাৰ্ড ।
৮। এখন গাঁও পঞ্চায়তত কেইটা ৱাৰ্ড থাকে?
(ক) ৮ টা
(খ) ১০ টা
(গ) ১৫ টা
উত্তৰ- (খ) ১০ টা ।
৯। বৰ্তমান অসমত কেইখন গাঁও পঞ্চায়ত আছে?
(ক) ২১০২খন
(খ) ২২০২খন
(গ) ২৩০৫খন
উত্তৰ- (খ) ২২০২খন ।
১০। পৌৰ সভাৰ কাৰ্যকাল কেইবছৰ?
(ক) ৪বছৰ
(খ) ৫বছৰ
(গ) ৬বছৰ
উত্তৰ- (খ) ৫বছৰ ।
Type by- Bikul Mandal