১। পানী অৱস্থা কেইপ্ৰকাৰৰ ?
(ক) দুই প্ৰকাৰৰ
(খ) তিনি প্ৰকাৰৰ
(গ) পাঁচ প্ৰকাৰৰ
২। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লাগে ?
(ক) ৩৫ ঘন্টা
(খ) ৯ ঘন্টা
(গ) ২৪ ঘন্টা
৩। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান দিন লাগে ?
(ক) ৩৬৫ দিন
(খ) ৫৬৩ দিন
(গ) ইয়াৰ পৰা এটাও নহয়
৪। আমি বাস কৰা পৃথিৱাখনৰ আকৃতি কেনেকুৱা ?
(ক) তিনিচুকীয়া
(খ) গোলাকাৰ
(গ) ইয়াৰ পৰা এটাও নহয়
৫। বেমাৰ হ’লে ঔষধ গ্ৰহণ কৰিব লাগে নেলাগে ?
(ক) লাগে
(খ) নালাগে
(গ) ইয়াৰ পৰা এটাও নহয়
Clear selection
৬। আমাৰ চৌদিশত বিভিন্ন ধৰণৰ গছ-গছনি ,চৰাই-চিৰিকটি,জীৱ-জন্তু আছে নে নাই ?
(ক) নাই
(খ) আছে
(গ) এটাও নহয়
৭। প্ৰকৃতি অৱদান সমূহ লিখা ?
(ক) গছ-গছনি
(খ) চৰাই চিৰিকটি
(গ) ওপৰৰ দুয়োৌটায়ে হয়
৮। বেমাৰ হলে ঔষধ গ্ৰহণ কৰিব লাগে নে নালাগে ?
(ক) লাগে
(খ) নালাগে
(গ) ইয়াৰ পৰা এটাও নহয়
৯। চাফ-চিকুণ কৈ খাকিলে বীজাণুৱে আক্ৰমণ কৰিব পাৰে নে নোৱাৰে ?
(ক) পাৰে
(খ) নোৱাৰে
(গ) এটাও নহয়
১০। সূৰ্য নথকাহেঁতেন দিন ৰাতি হ’লহেঁতেন নে নহ’লহেঁতেন ?
(ক) নহ’লহেঁতেন
(খ) হ’লহেঁতেন
(গ) ইয়াৰ পৰা এটাও নহয়