Chapter- 2
জোঁৱাইৰ সাধু
১। মানুহ জনীয়ে জোঁৱাইকক কি খাবলৈ মাতিছিল?
বিহু
ৰাস
ভাওনা
উত্তৰ- বিহু ।
২। জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ কেতিয়া ঘৰলৈ যাবলৈ ওলাল?
ৰাতিপুৱা পৰত
দুপৰিয়া পৰত
আবেলি পৰত
উত্তৰ- আবেলি পৰত ।
৩। সি অলপ মান বাট গৈ থাকোতে কি দেখিছিল?
তাৰ লগত তাৰ মাক গৈছিল
তাৰ লগত তাৰ ঘৈনিয়েকো গৈছিল
তাৰ লগত তাৰ ছাঁ-টো গৈছিল
উত্তৰ- তাৰ লগত তাৰ ছাঁ-টো গৈছিল ।
৪। গুচি যা বুলি কাক কৈছিল?
তাৰ মাকক
তাৰ ঘৈনিয়েকক
তাৰ ছাঁ-টোক
উত্তৰ- তাৰ ছাঁ-টোক ।
৫। মূৰ লৰোৱা দেখি সি কি পেলাই থৈ গ’ল?
কাপোৰ যোৰ
চেলেংখন
ইয়াৰ এটাও নহয়
উত্তৰ- চেলেংখন ।
৬। সি কি আছিল?
কুকুৰীকণা আছিল
অন্ধ আছিল
ইয়াৰ এটাও নহয়
উত্তৰ- কুকুৰীকণা আছিল ।
৭। সি শহুৰেকৰ আগত লাজ কৰি ক’ত লোকাইছিল?
এজোপা গছত
এজোপা কল গছত
এজোপা কছো পাতত
উত্তৰ- এজোপা কল গছত ।
৮। ভাতৰ লগতে আৰু তাক কি দিছিল?
মিঠাই
গুড়
ইয়াৰ এটাও নহয়
উত্তৰ- গুড় ।
৯। খাই অঁতাই দেখে গুড় পৰি তাৰ গা-টো কি কি হ’ল?
ঠাণ্ডা – ঠাণ্ডা
এঠা -এঠা
ইয়াৰ এটাও নহয়
উত্তৰ- এঠা -এঠা ।
১০। সেইদিনা চোৰে কি চোৰ কৰিব বুলি আহিছিল?
গুড়
ঘৰৰ সম্পত্তি
ইয়াৰ এটাও নহয়
উত্তৰ- ইয়াৰ এটাও নহয় ।
Type by- Bikul Mandal