Chapter- 6
কাৰ্বন আৰু ইয়াৰ যৌগবোৰ
১। কাৰ্বন অতি কিহৰ প্ৰয়োজনীয় বস্তু ?
(ক) মৌল
(খ) ধাতু
(গ) লোৰ
উত্তৰ- (ক) মৌল ।
২। খাৰুৱা তেলত যথেষ্ট পৰিমানে কি থাকে ?
(ক) ধাতু
(খ) কাৰ্বন
(গ) মৌল
উত্তৰ- (খ) কাৰ্বন ।
৩। কাৰ্বৰ চিহ্ন কেনেকোৱা ?
(ক) A
(খ) B
(গ) C
উত্তৰ- (গ) C ।
৪। আমাৰ দেহত কিহৰ যথেষ্ট ভূমিকা আছে ?
(ক) মৌলৰ
(খ) কাৰ্বনৰ
(গ) লোৰ
উত্তৰ- (খ) কাৰ্বনৰ ।
৫। কাৰ্বনৰ মূল অবৰূপ কিমানটা ?
(ক) ২ টা
(খ) ৪ টা
(গ) ৫ টা
উত্তৰ- (ক) ২ টা ।
৬। গ্ৰেফাইট এবিধ কি বস্তু ?
(ক) কোমল বগা বৰণৰ কাৰ্বন
(খ) কোমল ক’লা বৰণৰ কাৰ্বন
(গ) কোমল নীলা বৰণৰ কাৰ্বন
উত্তৰ- (খ) কোমল ক’লা বৰণৰ কাৰ্বন ।
৭। কি বস্তু ইন্ধন হিছাপে ব্য়ৱহাৰ কৰা হয় ?
(ক) কয়লা
(খ) ক’ক
(গ) কয়লা আৰু ক’ক
উত্তৰ- (গ) কয়লা আৰু ক’ক ।
৮। কাৰ্বন মন’ক্সাইডৰ ব্য়ৱহাৰ কেইপ্ৰকাৰৰ ?
(ক) ৩ প্ৰকাৰৰ
(খ) ৭ প্ৰকাৰৰ
(গ) ৯ প্ৰকাৰৰ
উত্তৰ- (ক) ৩ প্ৰকাৰৰ ।
৯। কাৰ্বন মন’ক্সাইডৰ ভৌতিক ধৰ্ম কেইপ্ৰকাৰৰ ?
(ক) ৪ প্ৰকাৰৰ
(খ) ৭ প্ৰকাৰৰ
(গ) ১২ প্ৰকাৰৰ
উত্তৰ- (ক) ৪ প্ৰকাৰৰ ।
১০। দুটা কাৰ্বন পৰমাণুৰে গঠিত হাইড্ৰ’কাৰ্বনৰ মুঠ সংখা কিমান ?
(ক) ৫ টা
(খ) ৩ টা
(গ) ৭ টা
উত্তৰ- (খ) ৩ টা ।
১১। শিখাৰ সাধাৰণতে কেইটা অংশ দেখা যায়?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰ- (গ) চাৰিটা ।
১২। গেছীয় অৱস্থাত থকা পদাৰ্থৰ দহনৰ ফলত কি সৃষ্টি হয়?
(ক) নীলা পোহৰ সৃষ্টি হয়
(খ) শিখাৰ সৃষ্টি হয়
(গ) পেট্ৰ’লৰ সৃষ্টি হয়
উত্তৰ- (খ) শিখাৰ সৃষ্টি হয় ।
১৩। জল গেছত থকা উপাদানটো কি?
(ক) CO ,Co2, CH4
(খ) Co আৰু H₂
(গ) CO আৰু N2
উত্তৰ- (খ) Co আৰু H₂ ।
১৪। কার্বন নথকা পদাৰ্থটো কি?
(ক) শ্বেতসাৰ
(খ) কাগজ
(গ) নিমখ
উত্তৰ- (গ) নিমখ ।
১৫। CO গেছে তেজ______কৰে?
(ক) সালোক সংশ্লেষণ
(খ) দূষিত
(গ) আম্লিক
উত্তৰ- (খ) দূষিত ।
১৬। অতিশয় তীব্ৰ বেগত ঘটা দহন কাৰ্যক কি বোলে?
(ক) প্ৰজ্বলন উষ্ণতা
(খ) বিস্ফোৰণ
(গ) কাৰ্বন
উত্তৰ- (খ) বিস্ফোৰণ ।
১৭। কিমান চনত কাৰ্বনৰ এবিধ অবৰূপ গ্ৰেফাইট অতি উষ্ণতাত উত্তপ্ত কৰি ইয়াক প্ৰস্তুত কৰা হৈছিল?
(ক) 1946 চনত
(খ) 1975 চনত
(গ) 1985 চনত
উত্তৰ- (গ) 1985 চনত ।
১৮। কাৰ্বন ডাই-অক্সাইড বায়ুতকৈ কি?
(ক) পাতল
(খ) সৰু
(গ) গধুৰ
উত্তৰ- (গ) গধুৰ ।
১৯। ‘কঠিন পিচ্ছিলকাৰক’ তলৰ কোনটো মিলিছে
(ক) অবৰূপ
(খ) বিশুদ্ধ কাৰ্বন
(গ) গ্ৰেফাইট
উত্তৰ- (গ) গ্ৰেফাইট ।
২০। শতকৰা কিমান ভাগ বিশুদ্ধ ধাতু পোৱাটো কঠিন?
(ক) 96 ভাগ
(খ) 100 ভাগ
(গ) 102 ভাগ
উত্তৰ- (খ) 100 ভাগ ।
Type by- Bikul Mandal