Chapter- 2
হাতীক গা ধুওৱাৰ কথা
১। ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল?
ক) দুষ্ট
খ) এলেহুৱা
গ) কামিলাৰ
উত্তৰ- খ) এলেহুৱা।উত্তৰ- খ) এলেহুৱা।
২। ৰজাই ৰামধনক কি ধুবলৈ কৈছিল?
ক) গৰু
খ) ম’হ
গ) হাতী
উত্তৰ- গ) হাতী।উত্তৰ- গ) হাতী।
৩। ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল?
ক) ধোবাও
খ) ক’হাৰ
গ) কমাৰ
উত্তৰ- ক) ধোবাও।
৪। ৰাজ্য়ৰ ৰজাই প্ৰজাৰ সুখ-দুখৰ খবৰ ল’বলৈ বুলি কিহত উঠি ৰাজ্য় ভ্ৰমণ কৰিছিল?
ক) ঘোঁৰা
খ) গৰু
গ) হাতী
উত্তৰ- গ) হাতী।
৫। ৰামধন কেনেকুৱা প্ৰকৃতিৰ আছিল?
ক) এলেহুৱা
খ) বুধিয়ক
গ) দুষ্ট
উত্তৰ- খ) বুধিয়ক ।
৬। দিনটোৰ বেছিভাগ সময় ভীমবৰে কেনেদৰে কটাবলৈ ভাল পাইছিল?
ক) শুই-বহি
খ) কাম কৰি
গ) চাকৰি কৰি
উত্তৰ- ক) শুই-বহি।
৭। দিনটোৰ বেছিভাগ সময় ৰামধনে কি কৰিবলৈ ভাল পাইছিল?
ক) শুই-বহি
খ) কাম কৰি
গ)কাপোৰ ধোই
উত্তৰ- গ)কাপোৰ ধোই।
৮। ৰজাজন কেনেকুৱা প্ৰকৃতিৰ আছিল?
ক) সৰল
খ) দুষ্ট
গ) এলেহুৱা
উত্তৰ- ক) সৰল ।
৯। হাতী বগা কৰিব নোৱাৰিলে ৰজাই কাক সুদাই নেৰিব?
ক) ভীমবৰক
খ) ৰামধনক
গ) গোপালধন
উত্তৰ- খ) ৰামধনক ।
১০। কাৰ হুকুম পাই অনুচৰে হাতীটোক পাত্ৰটোৰ কাষলৈ নিলে?
ক) ৰজাৰ
খ) ৰামধনৰ
গ) ভীমবৰৰ
উত্তৰ- ক) ৰজাৰ ।