Chapter- 10
ভোকেন্দ্ৰ বৰুৱা
1. কলীকতীয়া পুতেকৰ নাম শুনিয়েই কোন উছাহত উতলি লৰালৰিকৈ গিৰিয়েকৰ ওচৰ পালেহি?
(ক) জেতুকী
(খ) জেউতী
(গ) জোনাকী
উত্তৰ- (ক) জেতুকী ।
2. কি লাগে যদি একুৰি ৰূপ পঠিয়াই দিয়া?
(ক) টকা-পইচা
(খ) ধন-বিত
(গ) ৰূপ-গুণ
উত্তৰ- (খ) ধন-বিত ।
3. কি কথা যে মোৰ নামটো ভোকোন্দি আছিল?
(ক) বৰ ভাল কথা
(খ) বৰ লাজৰ কথা
(গ) বৰ বেয়া কথা
উত্তৰ- (খ) বৰ লাজৰ কথা ।
4. ভোকোন্দি এটা কি নাম?
(ক) বেয়া নাম
(খ) ভাল নাম
(গ) অসভ্য়
উত্তৰ- (গ) অসভ্য় ।
5. জোঙাল বুধীয়া শব্দ অৰ্থ কি?
(ক) তীক্ষ্ণ বুদ্ধিৰ
(খ) অতীক্ষ্ণ বুদ্ধিৰ
(গ) অধৈৰ্য্য় হোৱা
উত্তৰ- (ক) তীক্ষ্ণ বুদ্ধিৰ ।
6. এৱাঁ চৰা শব্দ অৰ্থ কি?
(ক) সান্ত হোৱা
(খ) ধৈৰ্য্য় ধৰা
(গ) অধৈৰ্য্য় হোৱা
উত্তৰ- (গ) অধৈৰ্য্য় হোৱা ।
7. দোপত দোপে শব্দ অৰ্থ কি?
(ক) ক্ৰমে এখোপৰ পৰা ওপৰৰ খোপলৈ
(খ) তলে তলে
(গ) সমানে সমানে
উত্তৰ- (ক) ক্ৰমে এখোপৰ পৰা ওপৰৰ খোপলৈ ।
8. হেদালি শব্দ অৰ্থ কি?
(ক) লতা বগাবলৈ পাতি দিয়া সেৰেঙা চাং
(খ) হালি-জালি
(গ) হেণ্ডেলি
উত্তৰ- (ক) লতা বগাবলৈ পাতি দিয়া সেৰেঙা চাং ।
9. বিজুগ শব্দ অৰ্থ কি?
(ক) চিঠিৰ খামৰ ওপৰত লিখা নাম-ঠিকনা
(খ) বিজুলী
(গ) বিসাদ
উত্তৰ- (ক) চিঠিৰ খামৰ ওপৰত লিখা নাম-ঠিকনা ।
10. কাৰ ঘৰৰ আগেদি বগীৰাম ডাকবাবু যাওক?
(ক) গোন্ধাই ঘৰৰ
(খ) বোপাই ঘৰৰ
(গ) সোণৰ ঘৰৰ
উত্তৰ- (ক) গোন্ধাই ঘৰৰ ।
11. ভোকোন্দি বৰ কি নাম?
(ক) ভাল
(খ) বেয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ভাল ।
12. ভোকেন্দ্ৰ বৰুৱা আচল নাম কি?
(খ) ভোকোন্দি
(খ) ভকোন্দি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ভোকোন্দি ।
13. গোন্ধাই গুৱালৰ ঘৰ ক’ত?
(ক) মাজুলীত
(খ) বৰপেটাত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মাজুলীত ।
14. গোন্ধাই ছোৱালী জনীৰ নাম কি?
(ক) ভুৰ্ভৰী
(খ) জেউতী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) ভুৰ্ভৰী ।
15. ভোকোন্দিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ক’লৈ গৈছিল?
(ক) লণ্ডনলৈ
(খ) কলিকতালৈ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) কলিকতালৈ ।
16. প্ৰথম অসমীয়া চুটি গল্পটো নাম কি ?
(ক) কন্য়া
(খ) ভয়
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) কন্য়া ।
17. গল্পটোত উল্লেখ থকা ডাকোৱালজনৰ নাম কি?
(ক) বগীৰাম ডাকবাবু
(খ) হেমন্ত মহন্ত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বগীৰাম ডাকবাবু ।
18. ভোকোন্দি নামটো কলেজৰ ল’ৰাই কি কৰে?
(ক) বৰ হিংসা কৰে
(খ) বৰ ঠাট্টা কৰে
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) বৰ ঠাট্টা কৰে ।
19. ভোকেন্দ্ৰ বৰুৱাৰ দেউতাক কি বৃত্তিৰ সৈতে জড়িত আছিল?
(ক) গুৱাল
(খ) গৰখীয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) গুৱাল ।
20. ভোকেন্দ্ৰ বৰুৱা আচল নাম কি?
(ক) ভোকোন্দি
(খ) ভকোন্দি
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) ভোকোন্দি ।
Type by- Bikul Mandal