Chapter- 16
ভূমিকম্পৰ বিষয়ে অধ্য়য়ন
1. কি আগতেও হোৱা নাছিল এনে নহয়?
(ক) বতাহ
(খ) ধুমুহা
(গ) ভূমিকম্প
উত্তৰ- (গ) ভূমিকম্প ।
2. কি বিষয়টোৰ নাম হৈছে ছিজমলজি?
(ক) অসমীয়া
(খ) ইংৰাজী
(গ) হিন্দী
উত্তৰ- (খ) ইংৰাজী ।
3. ছিজম’ল’জি শব্দটোৰ মূল উৎস হৈছে কি ভাষাৰ ছিজমছ?
(ক) বাংলা ভষা
(খ) হিন্দী ভাষা
(গ) গ্ৰীক ভাষা
উত্তৰ- (গ) গ্ৰীক ভাষা ।
4. লগ’ছৰ অৰ্থ কি?
(ক) শব্দ
(খ) লগা
(গ) লৰা-লৰি
উত্তৰ- (ক) শব্দ ।
5. ভূকম্পলেখ প্ৰস্তুত কৰা যন্ত্ৰটোৰ নাম কি?
(ক) থাৰ্মমিটাৰ
(খ) ছিজম’মিটাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ছিজম’মিটাৰ ।
6. ক্ষয়-ক্ষতি শব্দ অৰ্থ কি?
(ক) ক্ষমা কৰা
(খ) হানি, লোকচান
(গ) হ্ৰাস
উত্তৰ- (খ) হানি, লোকচান ।
7. গ্ৰাস শব্দ অৰ্থ কি?
(ক) গ্ৰাহক
(খ) গৰাহ
(গ) কমি যোৱা
উত্তৰ- (খ) গৰাহ ।
8. পৰিঘটনা শব্দ অৰ্থ কি?
(ক) বোধ
(খ) পৰিকল্পনা
(গ) অপৰিকল্পনা
উত্তৰ- (ক) বোধ ।
9. ওতপ্ৰোত শব্দ অৰ্থ কি?
(ক) আতৰে আতৰে
(খ) কাষে কাষে
(গ) অতি ওচৰত
উত্তৰ- (গ) অতি ওচৰত ।
10. বৃত্তিধাৰী শব্দ অৰ্থ কি?
(ক) চাকৰি
(খ) ব্য়ৱসায়
(গ) বাণিজ্য়
উত্তৰ- (খ) ব্য়ৱসায় ।
11. ভূকম্পন শব্দৰ অৰ্থ কি?
(ক) ভূঁইকঁপ
(খ) ভূমিকম্প
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
12. ক্ষয়-ক্ষতি শব্দৰ অৰ্থ কি?
(ক) হানি
(খ) লোকচান
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
13. গ্ৰাস শব্দৰ অৰ্থ কি?
(ক) গৰাহ
(খ) কবল
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
14. দুৰ্য্য়োগ শব্দৰ অৰ্থ কি?
(ক) বিপদ
(খ) দুৰ্দিন
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
15. প্ৰসাৰিত শব্দৰ অৰ্থ কি?
(ক) বহলোৱা কাৰ্য্য়
(খ) বহল হৈ যোৱা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
16. চ্য়ুতি-বিচ্য়ুতি শব্দৰ অৰ্থ কি?
(ক) ভাগি-ছিগি যোৱা
(খ) বেঁকা-বেঁকি হা পৰা অৱস্থা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
17. ওতপ্ৰোত শব্দৰ অৰ্থ কি?
(ক) ঘনিষ্ঠ
(খ) অতি ওচৰত
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
18. বিধ্বংসী শব্দৰ অৰ্থ কি?
(ক) ধ্বংসাত্মক
(খ) ভয়াৱহ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
19. বুদ্ধিমান বিপৰীত অৰ্থ বোধক শব্দ কি?
(ক) বুদ্ধিহীন
(খ) বুদ্ধিমতা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বুদ্ধিহীন ।
20. বৃদ্ধি বিপৰীত অৰ্থবোধক শব্দ কি?
(ক) নিববুদ্ধি
(খ) নিবৃদ্ধি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নিববুদ্ধি ।
Type by- Bikul Mandal