Chapter- 4
জীৱৰ প্ৰজনন
১। প্ৰজনন সকলো জীৱৰ কি প্ৰক্ৰিয়া ?
(ক) স্বাভাৱিক প্ৰক্ৰিয়া
(খ) প্ৰাথমিক প্ৰক্ৰিয়া
(গ) ৮আত্মীকৰণ প্ৰক্ৰিয়া
উত্তৰ- (ক) স্বাভাৱিক প্ৰক্ৰিয়া ।
২। জীৱৰ পৰা আন জীৱ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক কি বোলে ?
(ক) যৌন প্ৰজনন
(খ) অযৌন প্ৰজনন
(গ) প্ৰজনন
উত্তৰ- (গ) প্ৰজনন ।
৩। প্ৰজনন কেই প্ৰকাৰৰ ?
(ক) দুই প্ৰকাৰৰ
(খ) চাৰি প্ৰকাৰৰ
(গ) ছয় প্ৰকাৰৰ
উত্তৰ- (ক) দুই প্ৰকাৰৰ ।
৪। কি ৰোপণ কৰি নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰি ?
(ক) গছ ৰোপণ কৰি
(খ) পুলি ৰোপণ কৰি
(গ) বৃক্ষ ৰোপণ কৰি
উত্তৰ- (খ) পুলি ৰোপণ কৰি ।
৫। প্ৰতিটো কোষেই পুনঃ কেনেকোৱা কোষপিণ্ডৰ সৃষ্টি কৰে ?
(ক) সৰু কোষপিণ্ডৰ
(খ) সমান কোষপিণ্ডৰ
(গ) দাঙৰ কোষপিণ্ডৰ
উত্তৰ- (ক) সৰু কোষপিণ্ডৰ ।
৬। 1951 চনতে জৰ্জগি নামৰ কোন দেশৰ হপ্কিনছ্ বিশ্ববিদ্য়ালয়ৰ বিজ্ঞানী এজনে মানৱ কোষৰ সৃষ্টি কৰে ?
(ক) আমেৰিকা
(খ) ভাৰত
(গ) নিউয়ৰ্ক
উত্তৰ- (ক) আমেৰিকা ।
৭। সপুষ্পক উদ্ভিদৰ অযৌন প্ৰজননৰ প্ৰকাৰ কেইটা ?
(ক) ৪ টা
(খ) ৮ টা
(গ) ১২ টা
উত্তৰ- (খ) ৮ টা ।
৮। পূৰঠ কন্দিকাটোৰপৰা বংশবৃদ্ধি হোৱা ফল-মূল দুবিধৰ নাম লিখা।
(ক) আলু, কঁঠাল
(খ) কাঠআলু, মাটিকঁঠাল
(গ) বগৰি, জলফাই
উত্তৰ- (খ) কাঠআলু, মাটিকঁঠাল ।
৯। কলম পদ্ধতি কেইপ্ৰকাৰৰ ?
(ক) ১ প্ৰকাৰৰ
(খ) ২ প্ৰকাৰৰ
(গ) ৩ প্ৰকাৰৰ
উত্তৰ- (গ) ৩ প্ৰকাৰৰ ।
১০। কলিৰপৰা সময়ত শিপা আৰু কাণ্ড ওলাই নতুন এজোপা উদ্ভিদলৈ ৰূপান্তৰিত হোৱা উদ্ভিদ এজোপাৰ নাম লিখা ?
(ক) মিঠাআলু
(খ) মাটিকঁঠাল
(গ) দুপৰটেঙা
উত্তৰ- (গ) দুপৰটেঙা ।
১১। অযৌন প্ৰজননত কি কোষৰ মিলন নহয়?
(ক) যোজনকোষৰ
(খ) জননকোষৰ
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (খ) জননকোষৰ ।
১২। অযৌন প্ৰজননত জননকোষৰ মিলন নোহোৱাকৈ নতুন কি জন্ম হয়?
(ক) যৌন প্ৰজননত
(খ) কোষৰ
(গ) উদ্ভিদৰ
উত্তৰ- (গ) উদ্ভিদৰ ।
১৩। শকত শল্কপত্ৰ বা কি বাকলিৰে গঠিত খাদ্য়সামগ্ৰী সঞ্চিত হৈ থাকে?
(ক) দুপৰটেঙা বাকলিৰে
(খ) মঙহাল বাকলিৰে
(গ) পিয়াঁজৰ বাকলিৰে
উত্তৰ- (খ) মঙহাল বাকলিৰে ।
১৪। উদ্ভিদদেহৰ কোষ একোটাৰপৰা নতুন এজোপা উদ্ভিদৰ সৃষ্টি কৰাকে কি বোলে?
(ক) কন্দিকা বোলে
(খ) কলাকৰ্ষণ বোলে
(গ) প্ৰজনন বোলে
উত্তৰ- (খ) কলাকৰ্ষণ বোলে ।
১৫। কি প্ৰজনন পদ্ধতিৰে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় উদ্ভিদৰ পুলি সৃষ্টি কৰে?
(ক) অযৌন প্ৰজনন
(খ) কৃত্ৰিম অংগজ প্ৰজনন
(গ) যৌন প্ৰজনন
উত্তৰ- (খ) কৃত্ৰিম অংগজ প্ৰজনন ।
১৬। যৌন প্ৰজননক ইংৰাজীত কি বুলি কয়?
(ক) Asexual Reproduction
(খ) Sexual Reproduction
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) Sexual Reproduction ।
১৭। পুংজননকোষ বা শুক্ৰাণু আৰু স্ত্ৰীজননকোষ বা ডিম্বাণুৰ মিলনক কি বোলে?
(ক) প্ৰজনন বোলে
(খ) অন্তঃনিষেচন বোলে
(গ) নিষেচন বোলে
উত্তৰ- (গ) নিষেচন বোলে ।
১৮। শৰীৰৰ বাহিৰত ঘটা নিষেচনক কি নিষেচন বোলে?
(ক) অন্তঃনিষেচন বোলে
(খ) বাহ্য়িক নিষেচন বোলে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বাহ্য়িক নিষেচন বোলে ।
১৯। কিছুমান উদ্ভিদৰ দেহৰ টুকুৰাটুকুৰা হৈ প্ৰতিটো টুকুৰাৰপৰা কি উদ্ভিদৰ সৃষ্টি হয়?
(ক) নতুন উদ্ভিদৰ সৃষ্টি হয়
(খ) পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি হয়
(গ) এজোপা উদ্ভিদৰ সৃষ্টি হয়
উত্তৰ- (খ) পূৰ্ণাংগ উদ্ভিদৰ সৃষ্টি হয় ।
২০। সপুষ্পক উদ্ভিদৰ কি প্ৰজনন এক জটিল প্ৰক্ৰিয়া?
(ক) যৌন প্ৰজনন
(খ) অযৌন প্ৰজনন
(গ) প্ৰাণীৰ প্ৰজনন
উত্তৰ- (ক) যৌন প্ৰজনন ।
Type by- Bikul Mandal