Chapter- 2
অণুজীৱ
১। ভাইৰাছৰ শৰীৰত কি নাই ?
(ক) কোষ
(খ) বেক্টেৰিয়া
(গ) ভেঁকুৰ
উত্তৰ- (ক) কোষ ।
২। ভাইৰাছবোৰ কিহেৰে গঠিত ?
(ক) প্ৰ’টিন
(খ) নিউক্লিয়িক এছিড
(গ) প্ৰ’টিন আৰু নিউক্লিয়িক এছিড
উত্তৰ- (গ) প্ৰ’টিন আৰু নিউক্লিয়িক এছিড ।
৩। কিমান চনত এণ্টনী ভান লিউৱেনহকে পোনপ্ৰথমৰ বাবে খালি চকুৰে মণিব নোৱাৰা কিছুমান জীৱৰ সৃষ্টি কৰে ?
(ক) ১৯৫৬
(খ) ১৬৭৬
(গ) ১৭৬৭
উত্তৰ- (খ) ১৬৭৬ ।
৪। লিউৱেনহ’কে নিজেই অণুবীক্ষণৰ বাবে কিহৰ লেন্স আৱিষ্কাৰ কৰিছিল ?
(ক) কাচৰ লেন্স
(খ) কাঠৰ লেন্স
(গ) লোহাৰ লেন্স
উত্তৰ- (ক) কাচৰ লেন্স ।
৫। প্ৰকৃতিৰ পৰা বিজ্ঞানীসকলে অণুজীৱৰ কিমান শতাংশ জানিব পাৰিছে ?
(ক) ১
(খ) ২
(গ) ৩
উত্তৰ- (ক) ১ ।
৬। কিহে প্ৰকৃতিত জীৱ জীয়াই থাকিবলৈ প্ৰয়োজনীয় অৱস্থাবোৰ ৰক্ষা কৰাত সহায় কৰে ?
(ক) বেক্টেৰিয়াই
(খ) ভাইৰাছে
(গ) অণুজাৱই
উত্তৰ- (গ) অণুজাৱই ।
৭। কিমান চনত প্ৰথমে পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰিছিল যে বেক্টেৰিয়া, ভেঁকুৰ ইত্য়াদি কিছুমান অণুজীৱই ৰোগ সৃষ্টিৰ মূল কাৰণ ?
(ক) ১৫৭৬
(খ) ১৬৭৮
(গ) ১৮৮৪
উত্তৰ- (গ) ১৮৮৪ ।
৮। বেক্টেৰিয়াৰ শৰীৰত কিমানটা কোষ থাকে ?
(ক) একটা
(খ) দুইটা
(গ) তিনিটা
উত্তৰ- (ক) একটা ।
৯। বেক্টেৰিয়াবোৰৰ ব্য়াস কিমান মাইক্ৰ’মিটাৰ ?
(ক) ১০০-৭৫০ মাইক্ৰ’মিটাৰ
(খ) ১৫০-২৫০ মাইক্ৰ’মিটাৰ
(গ) ২০০-৩৫০ মাইক্ৰ’মিটাৰ
উত্তৰ- (ক) ১০০-৭৫০ মাইক্ৰ’মিটাৰ ।
১০। প্ৰায় কিমান হাজাৰ ভেঁকুৰৰ কথা জনা যায় ?
(ক) ৫০০০০
(খ) ৯০০০০
(গ) ৭৫০০০
উত্তৰ- (খ) ৯০০০০ ।
১১। ৰবাৰ্ট কখ এজন জাৰ্মান কি আছিল?
(ক) বিজ্ঞানী আছিল
(খ) আৰ্মী আছিল
(গ) চিকিৎসক আছিল
উত্তৰ- (গ) চিকিৎসক আছিল ।
১২। মানুহ, পশু-পক্ষী আৰু উদ্ভিদৰ বিভিন্ন ৰোগ কিহৰ ফলত হয়?
(ক) অণুজীৱৰ ফলত
(খ) ভাইৰাছৰ ফলত
(গ) বেক্টেৰিয়া ফলত
উত্তৰ- (গ) বেক্টেৰিয়া ফলত ।
১৩। ভেঁকুৰ সাধাৰণতে কি পৰিৱেশত পোৱা যায়?
(ক) শুকান পৰিৱেশত
(খ) সেমেকা পৰিৱেশত
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (খ) সেমেকা পৰিৱেশত ।
১৪। উদ্ভিদকোষৰ কোষবোৰত থকা প্ৰধান জীৱৰাসায়নিক পদাৰ্থবিধ কি?
(ক) পেনিছিলিয়াম
(খ) বেংছটা
(গ) ছেলুল’জ
উত্তৰ- (গ) ছেলুল’জ ।
১৫। পাওৰুটি বা আন কোনো খোৱাবস্তু পেলাই থ’লে তাত কি গজে?
(ক) বেক্টেৰিয়া
(খ) ভেঁকুৰ
(গ) উদ্ভিদ
উত্তৰ- (খ) ভেঁকুৰ ।
১৬। পৃথিৱীৰ চাৰিভাগৰ পৰায়ে কিমান ভাগহে পানী আছে?
(ক) এভাগহে
(খ) দুভাগহে
(গ) তিনিভাগহে
উত্তৰ- (গ) তিনিভাগহে ।
১৭। কলেৰা ৰোগ এবিধকিহৰৰ পৰা হয়?
(ক) ভাইৰাছ
(খ) বেক্টেৰিয়া
(গ) লাইকেন
উত্তৰ- (খ) বেক্টেৰিয়া ।
১৮। ভলভক্স সমষ্টি একোটাত 500ৰ পৰা কিমানলৈ কোষ থাকে?
(ক) 8,000
(খ) 9,000
(গ) 6,000
উত্তৰ- (গ) 6,000 ।
১৯। এককোষী আৰু বহুকোষী দুয়ো ধৰণৰ কি আছে?
(ক) ভেঁকুৰ
(খ) শেলাই
(গ) বেক্টেৰিয়া
উত্তৰ- (খ) শেলাই ।
২০। পানীত হোৱা উদ্ভিদৰ ভিতৰত কি প্ৰধান?
(ক) ভেঁকুৰ
(খ) শেলাই
(গ) বেক্টেৰিয়া
উত্তৰ- (খ) শেলাই ।
Type by- Bikul Mandal