Chapter- 20
লাচিত বৰফুকন
1. ৰামসিংহ ক’ৰ ৰজা আছিল?
(ক) ৰাজপুতৰ
(খ) গুৱাহাটীৰ
(গ) ডিব্ৰুগড়ৰ
উত্তৰ- (ক) ৰাজপুতৰ ।
2. লাচিত বৰফুকনৰ জীৱন কাহিনী কেইটা ভাগত ভগোৱা হৈছে?
(ক) দুটা ভাগত
(খ) ছয়টা ভাগত
(গ) চাৰিটা ভাগত
উত্তৰ- (গ) চাৰিটা ভাগত ।
3. কিমান খৃঃত মীৰজুমলাই অসম এৰি থৈ যায়?
(ক) ১৮৬৬
(খ) ১৬৬৩
(গ) ১৭৬৮
উত্তৰ- (খ) ১৬৬৩ ।
4. জয়ধ্বজসিংহ কিমান চনৰ কিমান মাহত মৃত্য়ু হয়?
(ক) ১৭৮৯ চনৰ মাৰ্চ মাহত
(খ) ১৬৬৩ চনৰ নৱেম্বৰ মাহত
(গ) ১৫৬৮ চনৰ জুন মাহত
উত্তৰ- (খ) ১৬৬৩ চনৰ নৱেম্বৰ মাহত ।
5. জয়ধ্বজসিংহৰ পাছত হোৱা ৰজা জনৰ নাম কি?
(ক) চক্ৰধ্বজসিংহ
(খ) তামুলী বৰবৰুৱা
(গ) তৰুণৰাম ফুকন
উত্তৰ- (ক) চক্ৰধ্বজসিংহ ।
6. ৰাজপুতৰ ৰজা জনৰ নাম কি?
(ক) জয়ধ্বজসিংহ
(খ) ৰামসিংহ
(গ) চক্ৰধ্বজসিংহ
উত্তৰ- (ক) জয়ধ্বজসিংহ ।
7. ড॰ সূৰ্য্য়কুমাৰ ভূঞা জন্ম কিমান চনত হৈছিল?
(ক) ১৮৯৮
(খ) ১৬৭৮
(গ) ১৮৯৪
উত্তৰ- (গ) ১৮৯৪ ।
8. ড॰ সূৰ্য্য়কুমাৰ ভূঞা কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৮৭৬
(খ) ১৬৭৮
(গ) ১৯৬৪
উত্তৰ- (গ) ১৯৬৪ ।
9. ড॰ সূৰ্য্য়কুমাৰ ভূঞা ক’ত জন্ম হৈছিল?
(ক) নগাঁও
(খ) গুৱাহাটী
(গ) গোলাগাট
উত্তৰ- (ক) নগাঁও ।
10. ক’ত অধ্য়াপনা কৰাৰ লগতে অধ্য়ক্ষও হৈছিল?
(ক) কটন কলেজত
(খ) বিশ্ববিদ্য়ালয়ত
(গ) হাইস্কুলত
উত্তৰ- (ক) কটন কলেজত ।
11. ৰামসিংহই সৈন্য়-সামন্ত লৈ কিহেৰে সেই ঠাইলৈ যাত্ৰা কৰিলে?
(ক) বাছেৰে
(খ) নাৱেৰে
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) নাৱেৰে ।
12. কিমান সৈন্য় পঠিয়াই ৰামসিংহৰ মনৰ ইচ্ছা পূৰণ কৰিব বুলি জনাই পঠিয়ালে?
(ক) ২০০০
(খ) ২০০০০
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ২০০০০ ।
13. যুদ্ধ প্ৰধানকৈ ক’ৰ আশে-পাশে হৈছিল?
(ক) গুৱাহাটীৰ
(খ) ৰাজপুতৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) গুৱাহাটীৰ ।
14. ড° সূৰ্য্য়কুমাৰ ভূঞা কিমান চনত জন্ম হৈছিল?
(ক) ১৮৪৯
(খ) ১৮৯৪
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ১৮৯৪ ।
15. ড° সূৰ্য্য়কুমাৰ ভূঞা কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৯৬৪
(খ) ১৯৩৬
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ১৯৬৪ ।
16. ড° সূৰ্য্য়কুমাৰ ভূঞা ক’ত জন্ম হৈছিল?
(ক) নগাঁৱৰ ফৌজদাৰিপট্টিত
(খ) গুৱাহাটীত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নগাঁৱৰ ফৌজদাৰিপট্টিত ।
17.কিমান চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ উপাচাৰ্য্য় হয়?
(ক) ১৯৫৭-০৬
(খ) ১৯৫৭-৬০
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ১৯৫৭-৬০ ।
18. অসম চৰকাৰৰ পুৰাতত্ত্ব আৰু কি বিভাগৰ অন্য়তম প্ৰতিষ্ঠাতা?*
(ক) ইতিহাস
(খ) বুৰঞ্জী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) বুৰঞ্জী ।
19. মুকলি বিপৰীত অৰ্থবোধক শব্দ কি?*
(ক) বন্ধন
(খ) যুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বন্ধন ।
20. প্ৰশংসা বিপৰীত অৰ্থবোধক শব্দ কি? *
(ক) নিন্দা
(খ) নিদ্ৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নিন্দা ।
Type by- Bikul Mandal