Chapter- 14
পুৰণি অসমৰ চিত্ৰকলা
1. চিত্ৰকলা হ’ল ৰং-ৰেখা আৰু কি খেল?
(ক) লুডু খেল
(খ) কাবাডি খেল
(গ) ছাঁ-পোহৰৰ খেল
উত্তৰ- (গ) ছাঁ-পোহৰৰ খেল ।
2. মানুহ কি জীৱ?
(ক) সৌন্দৰ্য্য়পিয়াসী
(খ) জ্ঞানী
(গ) মূৰ্খ
উত্তৰ- (ক) সৌন্দৰ্য্য়পিয়াসী ।
3. কলাজগতৰ মূল আধাৰই হৈছে কি?
(ক) কৰ্ম
(খ) জ্ঞান
(গ) সৌন্দৰ্য্য়
উত্তৰ- (গ) সৌন্দৰ্য্য় ।
4. অসমৰ চিত্ৰকলাৰ ইতিহাস হ’ল এক কি?
(ক) সুপ্ৰাচীন ইতিহাস
(খ) প্ৰাচীন ইতিহাস
(গ) শিলালিপি
উত্তৰ- (ক) সুপ্ৰাচীন ইতিহাস ।
5. মহাপুৰুষজনা এজন সুনিপুণ কোন আছিল?
(ক) গীতিকাৰ
(খ) প্ৰবন্ধক
(গ) চিত্ৰশিল্পী
উত্তৰ- (গ) চিত্ৰশিল্পী।
6. অসমৰ পুথি চিত্ৰকলা কেইটা ভাগত ভগোৱা হৈছে?
(ক) তিনিটা ভাগত
(খ) চাৰিটা ভাগত
(গ) দুইটা ভাগত
উত্তৰ- (গ) দুইটা ভাগত ।
7. কি পুথিচিত্ৰসমূহ মুলতঃ ধৰ্মনিৰপেক্ষ বিষয়ৰ আছিল?
(ক) ৰজাঘৰীয়া
(খ) নামঘোষা
(গ) ধৰ্মীয়
উত্তৰ- (ক) ৰজাঘৰীয়া ।
8. শ্ৰীশংকৰদেৱৰ চিহ্নযাত্ৰ ভাওনাৰ বাবে সাত বৈকুণ্ঠ এখন কি পট আঁকিছিল?
(ক) ভাল
(খ) বেয়া
(গ) সুবৃহৎ
উত্তৰ- (গ) সুবৃহৎ ।
9.কোনে পুথি চিত্ৰৰ ধাৰা নতুন ৰূপত প্ৰতিষ্ঠা কৰিলে?
(ক) ৰচকসকলে
(খ) গীতিকাৰসকলে
(গ) অসমৰ চিত্ৰকৰসকলে
উত্তৰ- (গ) অসমৰ চিত্ৰকৰসকলে ।
10. হৰ্ষচৰিত কোনে ৰচনা কৰিছি
(ক) বাণভট্টই
(খ) অসমৰ চিত্ৰকৰসকলে
(গ) শ্ৰীশংকৰদেৱে
উত্তৰ- (ক) বাণভট্টই ।
11. ডাঠ বিপৰীত শব্দ কি?
(ক) পাতল
(খ) টান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পাতল ।
12. খ্ৰীষ্টীয় কিমান শ শতিকাত কামৰূপত ৰচিত এখন উপপুৰাণ?
(ক) ১২শ
(খ) ১১শ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ১১শ ।
12. কিমান টা অধ্য়ায়ত মুঠতে ৯০০০টা শ্লোক আছে?
(ক) ৯টা
(খ) ৯০টা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ৯০টা ।
13. ওচৰ বিপৰীত শব্দ কি?
(ক) বাহিৰত
(খ) দূৰৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) দূৰৰ ।
14. উজ্জ্বল বিপৰীত শব্দ কি?
(ক) কামনা
(খ) অনুজ্জ্বল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অনুজ্জ্বল ।
15. ওখ বিপৰীত শব্দ কি?
(ক) দীঘল
(খ) চাপৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) চাপৰ ।
16. ছাঁ বিপৰীত শব্দ কি?
(ক) ৰ’দ
(খ) পোহৰ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) পোহৰ ।
17. শ্ৰী শংকৰদেৱে কি ভাওনাৰ বাবে সাত বৈকুণ্ঠৰ এখন সুবৃহৎ পট আঁকিছিল?
(ক) চিহ্নযাত্ৰা
(খ) চিহ্নযত্ৰ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) চিহ্নযাত্ৰা ।
18. কোন আৰু ৰাজপুত চিত্ৰশৈলীৰ লগত অসমৰ চিত্ৰশিল্পৰ সম্বন্ধ ঘটে?
(ক) মোগল
(খ) আহোম
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) মোগল ।
19. মহাপুৰুষজনা এজন সুনিপুণ কি আছিল?
(ক) নৃত্য়শিল্পী
(খ) চিত্ৰ শিল্পী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) চিত্ৰ শিল্পী ।
20. মানুহ কি জীৱ?
(ক) ৰূপৱতী জীৱ
(খ) সৌন্দৰ্য্য়পিয়াসী জীৱ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সৌন্দৰ্য্য়পিয়াসী জীৱ ।
Type by- Bikul Mandal