Chapter- 9
হিংসা নকৰোঁ কাকো
1. আমোলাপটিৰ অনাদি চলিহা কিহৰ খঁকুৱা আছিল?
(ক) ভাতৰ
(খ) মাছৰ
(গ) কণিৰ
উত্তৰ- (খ) মাছৰ ।
2. সাজে পতি লাগে কি গৰাহত খায় পুঠি?
(ক) চিতল ভকুৱা
(খ) গৰৈ মাছ
(গ) মাংস
উত্তৰ- (ক) চিতল ভকুৱা ।
3. বৰদলনিৰ কিহেৰে ভাঙিলে নতুন ভেটা?
(ক) পোনামাছবোৰে
(খ) ৰৌমাছবোৰে
(গ) মাগুমাছবোৰে
উত্তৰ- (ক) পোনামাছবোৰে ।
4. কুট্-কুট্নিত কোনে থাকিবকে পৰা নাই?
(ক) চলিহা বেচেৰা
(খ) ৰমেনে
(গ) কমলে
উত্তৰ- (ক) চলিহা বেচেৰা ।
5. শুং কিডালেৰে ক’ত সু সুৰি দিছিল?
(ক) নাকৰ ফুটাত
(খ) কাণৰ ফুটাত
(গ) চকুত
উত্তৰ- (ক) নাকৰ ফুটাত ।
6. কি কৰা মহাপাপ বুলি মনে মনে আওৰাইছিল?
(ক) জীৱ হিংসা
(খ) চিৰ কৰা
(গ) ভক্তি কৰা
উত্তৰ- (ক) জীৱ হিংসা ।
7. নৱকান্ত বৰুৱা জন্ম কিমান চনত হৈছিল?
(ক) ১৯২৬
(খ) ১৯৬২
(গ) ১৯১৫
উত্তৰ- (ক) ১৯২৬ ।
8. নৱকান্ত বৰুৱা ক’ত জন্ম হৈছিল?
(ক) গুৱাহাটীত
(খ) নগাঁও
(গ) মৰিগাওঁ
উত্তৰ- (ক) গুৱাহাটীত ।
9. নৱকান্ত বৰুৱাই কি ৰচনা কৰিছিল?
(ক) কবিতা , নাটক, উপন্য়াস
(খ) পদ্য়
(গ) গল্প
উত্তৰ- (ক) কবিতা , নাটক, উপন্য়াস ।
10. নৱকান্ত বৰুৱাই শিশু সকলৰ বাবে কি ৰচনা কৰি গৈছে?
(ক) সাহিত্য়
(খ) পদ্য়
(গ) গদ্য়
উত্তৰ- (ক) সাহিত্য় ।
11. চলিহাৰ লিংগ পৰিৱৰ্তন কি?
(ক) চলিহী
(খ) চলিহানী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) চলিহী।
12. বৰুৱাৰ লিংগ পৰিৱৰ্তন কি?
(ক) বৰুৱানী
(খ) শইকীয়ানী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বৰুৱানী ।
13. কলিতাৰ লিংগ পৰিৱৰ্তন কি?
(ক) বৰুৱানী
(খ) কলিতানী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) কলিতানী ।
14. শইকীয়াৰ লিংগ পৰিৱৰ্তন কি?
(ক) কলিতানী
(খ) শইকীয়ানী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) শইকীয়ানী ।
15. বৰাৰ লিংগ পৰিৱৰ্তন কি?
(ক) বৰানী
(খ) বৰুৱানী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বৰুৱানী ।
16. জীৱ হিংসা কি বুলি কৈছে?
(ক) মহাপাপ
(খ) ধৰ্ম
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মহাপাপ ।
17. বৰদলনিৰ পোনামাছবোৰে কি ভাঙিলে?
(ক) নতুন ভেটা
(খ) জেওৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নতুন ভেটা ।
18. অনাদি চলিহা ঘৰ ক’ত?
(ক) আমোলাপটিত
(খ) মৰিগাঁৱত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) আমোলাপটিত ।
19. চলিহা কিয় খীণাই গ’ল?
(ক) গাখীৰ , দৈ নোখোৱা বাবে
(খ) মাছ, মঙহ নোখোৱা বাবে
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
20. সপোন দেখাৰ পিছত চলিহাই কি সিদ্ধান্ত ল’লে?
(ক) মাছ নামাৰো বুলি
(খ) মাছ,মঙহ, কণী এৰিম বুলি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মাছ,মঙহ, কণী এৰিম বুলি ।
Type by- Bikul Mandal