Chapter- 8
নিশাচৰ প্ৰাণীবোৰ
1. আমি আমাৰ চাৰিওফালে বিভিন্ন কি দেখি থাকোঁ?
(ক) গছ-গছনি
(খ) চৰাই-চিৰিকতি
(গ) জীৱ-জন্তু
উত্তৰ- (গ) জীৱ-জন্তু ।
2. কিছুমান প্ৰাণীয়ে নিশাৰ ভাগত নিজৰ কি সন্ধান কৰে?
(ক) খাদ্য়ৰ
(খ) টকা-পইচা
(গ) অলংকাৰ
উত্তৰ- (ক) খাদ্য়ৰ ।
3. নিশাচৰ প্ৰাণীবোৰৰ দেহটো কি পৰিৱেশৰ লগত খাপ খাই থাকে?
(ক) গছ-গছনি পৰিৱেশৰ লগত
(খ) দিনৰ পৰিৱেশৰ লগত
(গ) ৰাতিৰ পৰিৱেশৰ লগত
উত্তৰ- (গ) ৰাতিৰ পৰিৱেশৰ লগত ।
4. কম পোহৰত কি জন্তুৰ দুষ্টিশক্তি প্ৰহল হয?
(ক) কুকুৰ
(খ) মেকুৰি
(গ) বাঘ
উত্তৰ- (খ) মেকুৰি ।
5. মেকুৰিৰ চকুত পোহৰ পৰিলে প্ৰথমে ক’ত পোহৰ পৰে?
(ক) মাটিত পৰে
(খ) ৰেটিনাত পৰে
(গ) মণিত পৰে
উত্তৰ- (খ) ৰেটিনাত পৰে ।
6. বাদুলীয়ে গছৰ কি খাই জীৱণ-ধাৰণ কৰে?
(ক) গুটি খাই
(খ) ৰস খাই
(গ) ফল-মূল খাই
উত্তৰ- (গ) ফল-মূল খাই ।
7. আমাৰ অসমত সাধাৰণতে কেইজাতৰ বাদুলি আছে?
(ক) তিনি জাতৰ
(খ) পাঁচ জাতৰ
(গ) দুই জাতৰ
উত্তৰ- (গ) দুই জাতৰ ।
8. আকাৰত চুঙা-বাদুলিবিলাক কি হয়?
(ক) মধ্য়ম
(খ) ডাঙৰ
(গ) সৰু
উত্তৰ- (গ) সৰু ।
9. জোনাকী পৰুৱাৰ দেহত লুছিফেৰিন নামৰ এবিধ কি থাকে?
(ক) হাড় থাকে
(খ) মঙহ থাকে
(গ) পদাৰ্থ থাকে
উত্তৰ- (গ) পদাৰ্থ থাকে ।
10. বাদুলিয়ে ঘোৰ অন্ধকাৰত চলা-ফিৰা কৰিবলৈ কি ব্য়ৱহাৰ কৰে?
(ক) চকু
(খ) কাণ
(গ) নাক
উত্তৰ- (খ) কাণ ।
11. সন্ধানৰ সমাৰ্থক শব্দ কি?
(ক) অনুসন্ধান
(খ) বিচাৰি ফুৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বিচাৰি ফুৰা ।
12. প্ৰবল সমাৰ্থক শব্দ কি?
(ক) সবল
(খ) প্ৰচণ্ড
(গ) ওপৰৰ এটাও নহয়
উত্তৰ-(খ) প্ৰচণ্ড ।
13. চকু সমাৰ্থক শব্দ কি?
(ক) নেত্ৰ
(খ) নয়ন
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
14. পাখি সমাৰ্থক শব্দ কি?
(ক) ডেউকা
(খ) পাত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ডেউকা ।
15. সংগী সমাৰ্থক শব্দ কি?
(ক) বন্ধু
(খ) লগৰী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) লগৰী ।
16. চিহ্ন সমাৰ্থক শব্দ কি?
(ক) চিন
(খ) ছবি
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) চিন ।
17. জোনাকী পৰুৱাৰ দেহত কি নামৰ এবিধ পদাৰ্থ থাকে?0
(ক) লুছিফেৰিন
(খ) লছিফেৰিন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) লুছিফেৰিন ।
18. লুছিফেৰিন নামৰ এবিধ পদাৰ্থৰ লগত কি লগ লাগিলে পোহৰ উৎপন্ন হয় ?
(ক) অক্সিজেন
(খ) কাৰ্বন-ডাই-অক্সাইজ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) অক্সিজেন ।
19. জোনাকী পৰুৱাই কি নিৰ্গত কৰে?
(ক) পোহৰ
(খ) তাপ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পোহৰ ।
20. বাদুলি এবিধ কি প্ৰাণী?
(ক) দিনৰ প্ৰাণী
(খ) নিশাচৰ প্ৰাণী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নিশাচৰ প্ৰাণী ।
Type by- Bikul Mandal