Chapter- 13
ৰুদ্ৰ সিংহ
1) গদাধৰ সিংহৰ মৃত্যুৰ পাছত আহোমৰ ৰজা হোৱা ৰীতিমতে কোন ৰজা হয়?
(ক) লাই
(খ) লেচাই
(গ) ৰুদ্ৰ
উত্তৰ- (ক) লাই ।
2) কিমান খ্ৰি.ত গদাধৰৰ মৃত্যৰ হয়?
(ক) ১৬৮৭ খ্ৰি.ত
(খ) ১৬৯১ খ্ৰি.ত
(গ) ১৬৯৬ খ্ৰি.ত
উত্তৰ- (গ) ১৬৯৬ খ্ৰি.ত ।
3) স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ কাৰ্য্যকাল কিহৰ কাৰণে বিখ্যাত আছিল?
(ক) যুদ্ধ-বিগ্ৰহত
(খ) স্থাপত্য-ভাস্কৰ্য্যৰ
(গ) কলা-সংস্কৃতি
উত্তৰ- (খ) স্থাপত্য-ভাস্কৰ্য্যৰ ।
4) বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় পথৰ উপৰত থকা ঠাইখনৰ নাম কি?
(ক) নামদাঙৰ শিলৰ সাকোঁ
(খ) ৰংপুৰ
(গ) মেটেকা
উত্তৰ- (খ) ৰংপুৰ ।
5) ৰাজসভাৰ বিখ্যাত পণ্ডিত গৰাকীৰ নাম কি?
(ক) কবিৰাজ ৰবনী
(খ) কবিৰাজ চক্ৰৱৰ্তী
(গ) কবিৰাজ ঘনশ্যাম
উত্তৰ- (খ) কবিৰাজ চক্ৰৱৰ্তী ।
6) ব্ৰক্ষ্মবৈৱত পুৰাণ কি ভাষালৈ অনুবাদ কৰিছিল?
(ক) কোৰান
(খ) গ্ৰীক
(গ) অসমীয়া
উত্তৰ- (গ) অসমীয়া ।
7) ‘শংখচূড় বধ ‘, ‘দুষ্যন্ত চৰিত্ৰমালা’, কোনে লিখিছিল?
(ক) চক্ৰৱৰ্তী
(খ) ৰৱনী
(গ) চক্ৰধ্বজ
উত্তৰ- (ক) চক্ৰৱৰ্তী ।
8) ৰুদ্ৰসিংহ কি ধৰ্মৰ আছিল?
(ক) বৈষয়িক ধৰ্ম
(খ) শাক্ত ধৰ্ম
(গ) হিন্দু ধৰ্ম
উত্তৰ- (খ) শাক্ত ধৰ্ম ।
9) আহোম ৰাজত্বৰ অন্যতম শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়?
(ক) ৰুদ্ৰসিংহ
(খ) চক্ৰধ্বজ সিংহ
(গ) কৃষ্ণৰাম ভট্টাচাৰ্য্য
উত্তৰ- (ক) ৰুদ্ৰসিংহ ।
10) ৰুদ্ৰ সিংহ কিমান খ্ৰি.ত স্বৰ্গী হয়?
(ক) ১৬৮৯ খ্ৰি.ত
(খ) ১৭০০ খ্ৰি.ত
(গ) ১৭১৪ খ্ৰি.ত
উত্তৰ- (গ) ১৭১৪ খ্ৰি.ত ।
Type by- Bikul Mandal