সাঁকো
Chapter-15
১। কোনখন নদীৰ ওপৰত শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু নিৰ্মাণ কৰা হৈছে ?
ক) ব্ৰহ্মপুত্ৰ নদী
খ) বৰাক নদী
গ) সোণাই নদী
উত্তৰঃ ক) ব্ৰহ্মপুত্ৰ নদী।
২। নদীখনৰ ওপৰেদি কি অনা-নিয়া কৰিব পাৰে ?
ক) খোৱা-বস্তু
খ) বয়-বস্তু
গ) যান-বাহন
উত্তৰঃ খ) বয়-বস্তু।
৩। দলং শব্দটোৰ একে অৰ্থ বুজাবলৈ কেইটা শব্দ ব্য়ৱহাৰ কৰা হয় ?
ক) ৩টা
খ) ৪টা
গ) ২টা
উত্তৰঃ গ) ২টা।
৪। কোনখন মহাকাব্য়ত এখন বিখ্য়াত সেতুৰ কথা পোৱা যায় ?
ক) ৰামায়ণ
খ) আদিকাণ্ড
গ) সুন্দৰাকান্দ
উত্তৰঃ ক) ৰামায়ণ
৫। লংকাৰ অধিপতি ৰাৱণে কাক হৰণ কৰি নিছিল ?
ক) উৰ্মীক
খ) সীতাক
গ) ৰাধাক
উত্তৰঃ খ) সীতাক।
৬। কাৰ সৈন্য়বাহিনী লৈ ৰাম-লক্ষ্মণে সীতাক উদ্ধাৰ কৰি আনিবলৈ লংকালৈ বুলি যাত্ৰা কৰিছিল ?
ক) ৰামৰ
খ) ৰাৱণৰ
গ) হনুমানৰ
উত্তৰঃ গ) হনুমানৰ।
৭। ৰামচন্দ্ৰ ভক্ত হনুমান আৰু বান্দৰ সৈন্য়সকলে কিহেৰে সেতু নিৰ্মাণ কৰিছিল ?
ক) শিলেৰে
খ) কাঠৰে
গ) লোহাৰেৰে
উত্তৰঃ ক) শিলেৰে।
৮। কিমান বছৰ আগতে আমাৰ ৰাজ্য়খনত দলং, সেতু অথবা সাঁকো নিৰ্মাণ কৰা হৈছিল ?
ক) ৫বছৰ
খ) ১বছৰ
গ) ৩বছৰ
উত্তৰঃ খ) ১বছৰ।
৯। সৰ্বমুঠ কিমানটা ডাঙৰ খুঁটাৰ এই সাঁকোখন নিৰ্মাণ কৰা হৈছিল ?
ক) ১০টা
খ) ১৪টা
গ) ১৬টা
উত্তৰঃ গ) ১৬টা।
১০। গুৱাহাটীৰ পৰা কিমান নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে শিৱসাগৰলৈ যাওঁতে এই পথৰ ওপৰতেই এই সাঁকোখন নিৰ্মাণ কৰিছে ?
ক) ৩৭ নম্বৰ
খ) ৩৮ নম্বৰ
গ) ৪০ নম্বৰ
উত্তৰঃ ক) ৩৭ নম্বৰ।