Chapter- 6
সেতুবন্ধন
1. অযোধ্য়াৰ ৰজা দশৰথৰ পুত্ৰৰ নাম কি?
(ক) ৰাম
(খ) লক্ষ্মণ
(গ) হনুমান
উত্তৰ-(ক) ৰাম ।
2. সীতাক কোনে হৰণ কৰিছিল?
(ক) ৰামে
(খ) লক্ষ্মণে
(গ) লঙ্কাপতি দশানন ৰাৱণে
উত্তৰ- (গ) লঙ্কাপতি দশানন ৰাৱণে ।
3. ৰাৱণে সীতাক তেওঁ ৰাজ্য়ৰ ক’ত বন্দী কৰি ৰাখিছে?
(ক) এটা ঘৰত
(খ) এখন হাবিত
(গ) এটা অশোক বাটিকাত
উত্তৰ- (গ) এটা অশোক বাটিকাত ।
4. শৰতৰ আগমন লগে লগে ৰাম কি বাবে সাজু হ’ল?
(ক) যুদ্ধজয়ৰ
(খ) পলাবৰ
(গ) লুকাবৰ
উত্তৰ- (ক) যুদ্ধজয়ৰ ।
5. সুগ্ৰীৱৰ জ্ঞান গৰ্ভ কি বানৰ সেনাক প্ৰথমতে উদ্বুদ্ধ কৰিব পৰা নাছিল?
(ক) কথাৰে
(খ) ভাষাৰে
(গ) ভাষণে
উত্তৰ- (গ) ভাষণে ।
6.বানৰ ৰাজৰ গুৰু-গম্ভীৰ আস্ফোলনত কপিগণো হঠাৎ কি হৈ পৰিল?
(ক) আচৰিত
(খ) উত্তেজিত
(গ) ভয়
উত্তৰ- (ক) আচৰিত ।
7. পুৰ্ব বিবশ কিহৰ বাবে কিছু লজ্জিতও হ’ল?
(ক) ব্য়ৱহাৰৰ বাবে
(খ) কামৰ বাবে
(গ) আচৰণৰ বাবে
উত্তৰ- (গ) আচৰণৰ বাবে ।
8. সকলোৱে কিহৰ অনুশীলনীত ৰত হৈ পৰিল?
(ক) ৰণৰ
(খ) ধেমালীৰ
(গ) নাচৰ
উত্তৰ- (ক) ৰণৰ ।
9. কোনে পৰ্বতৰ শৃঙ্গ এটা ভাঙি বাঁঁও কান্ধত থেকেচি খণ্ড-বিখণ্ড কৰিলে?
(ক) ঋষভে
(খ) হনুমানে
(গ) ৰামে
উত্তৰ- (ক) ঋষভে ।
10.খণ্ডিত গিৰিশৃঙ্গ ধূলি কিহে উৰিল?
(ক) ঘৰৰ দিশে
(খ) চৌদিশে
(গ) বাটৰ দিশে
উত্তৰ- (খ) চৌদিশে ।
11. কোনে কাণ-তাল মৰা চিঞৰ এটা মাৰিলে?
(ক) ৰামে
(খ) শৰভে
(গ) লক্ষ্মণে
উত্তৰ- (খ) শৰভে ।
12. কিহেৰে ভৰা সাগৰখন দেখাত প্ৰশান্ত যেন লাগে?
(ক) বস্তুৰে
(খ) ৰঙৰে
(গ) সম্পদেৰে
উত্তৰ- (গ) সম্পদেৰে ।
13. যুদ্ধ জয়ৰ পথত বাধা নিদিবলৈ কোনে ওৰে নিশা সাগৰক তুতি কৰিছিল?
(ক) ৰামে
(খ) হনুমানে
(গ) লক্ষ্মণে
উত্তৰ- (ক) ৰামে ।
14. শীতল সমুদ্ৰজলেৰে ,স্নান কৰি নলে পোলতে পিতৃ কালৈ প্ৰণাম জনালে?
(ক) বিশ্বকৰ্মালৈ
(খ) ভগৱানলৈ
(গ) ৰামলৈ
উত্তৰ- (ক) বিশ্বকৰ্মালৈ ।
15. ৰামে প্ৰাণৰ কাক উদ্ধাৰ কৰিলে?
(ক) পুতলী সীতাক
(খ) ৰামৰ সীতাক
(গ) হৰিৰ সীতাক
উত্তৰ- (ক) পুতলী সীতাক ।
16. ৰাম বাহিনীয়ে কিযাত্ৰা আৰম্ভ কৰিলে?
(ক) সমৰযাত্ৰা
(খ) অমৰযাত্ৰা
(গ) ভাগৰুৱা যাত্ৰা
উত্তৰ- (ক) সমৰযাত্ৰা ।
17. আনন শব্দ অৰ্থ কি?
(ক) মুখ
(খ) আনন্দ
(গ) স্ফৰ্তি
উত্তৰ- (ক) মুখ ।
18. কপি শব্দ অৰ্থ কি ?
(ক) কপি যোৱা
(খ) বান্দৰ
(গ) বান্দৰি
উত্তৰ- (খ) বান্দৰ।
19.সেতুবন্ধ হ’ল প্ৰাকৃত ভাষাত ৰচিত এখন কি?
(ক) সাধু
(খ) গল্প
(গ) মহাকাব্য়
উত্তৰ- (গ) মহাকাব্য় ।
20. এই মহাকাব্য়খন প্ৰসিদ্ধ কবি কোনে ৰচনা কৰিছিল?
(ক) বেন্দ্ৰ নাথ শইকীয়া
(খ) চন্দ্ৰকুমাৰ আগৰৱালা
(গ) প্ৰবৰসেনে
উত্তৰ- (গ) প্ৰবৰসেনে ।
Type by- Bikul Mandal