যাতায়াত – ব্য়ৱস্থা, দৈৰ্ঘ্য়ৰ জোখ আৰু গতি
Chapter-13
১/ মাল-বস্তু কঢ়িয়াবলৈ মানুহে কি জন্তু ব্য়ৱহাৰ কৰিছিল
(ক) বনৰীয়া জন্তু
(খ) ঘৰচীয়া জন্তু
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ঘৰচীয়া জন্তু।
২/ কিমান শতিকাৰ প্ৰথমভাগত বাষ্পচালিত ইঞ্জ সাজি উলিওৱা হৈছিল
(ক) ১৮ শতিকা
(খ) ১৯ শতিকা
(গ) ২০ শতিকা
উত্তৰঃ (খ) ১৯ শতিকা
উত্তৰঃ (খ) ১৯ শতিকা।
৩/ তলত দিয়া এককবোৰৰ কোনটো দৈৰ্ঘ্য়ৰ একক নহয়
(ক) আঙুল
(খ) ছেমি.
(গ) ইঞ্চি
(ঘ) ঘণ্টা
উত্তৰঃ (ঘ) ঘণ্টা।
৪/ তলত দিয়া এককবোৰৰ কোনটো মানক একক
(ক) মিটাৰ
(খ) আঙুল
(গ) বেগেত
উত্তৰঃ (ক) মিটাৰ।
৫/ এছ্ আই একক পদ্ধতিত দৈৰ্ঘ্য়ৰ একক
(ক) কিলোমিটাৰ
(খ) মিটাৰ
(গ) ছেমি.
উত্তৰঃ (খ) মিটাৰ।
৬/ ১০ ছেমি. ৪ মিমি. মানে কি
(ক) ১০.৪ ছেমি.
(খ) ১৪ মিমি.
(গ) ১০৪ মিমি.
(ঘ) প্ৰথম আৰু তৃতীয় উত্তৰ
উত্তৰঃ (ঘ) প্ৰথম আৰু তৃতীয় উত্তৰ।
৭/ মিটাৰতকৈ ডাঙৰ একক কি
(ক) কিমি.
(খ) মিমি.
(গ) ছেমি.
উত্তৰঃ (ক) কিমি.।
৮/ তলত দিয়া এককবোৰৰ কোনটো সময়ৰ একক নহয়
(ক) ঘণ্টা
(খ) ছেমি.
(গ) মিনিট
উত্তৰঃ (খ) ছেমি.।
৯/ ফুটতকৈ ডাঙৰ একক কি
(ক) য়াৰ্ড
(খ) ইঞ্চি
(গ) মাইল
(ঘ) প্ৰথম আৰু তৃতীয় উত্তৰ
উত্তৰঃ (ঘ) প্ৰথম আৰু তৃতীয় উত্তৰ।
১০/ যিবোৰ বস্তুৱে স্থান সলনি কৰে সেইবোৰক কি বস্তু বোলা হয়
(ক) স্থিতিশীল বস্তু
(খ) গতিশীল বস্তু
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) গতিশীল বস্তু।
১১/ যিবোৰ বস্তুৱে স্থান সলনি নকৰে সেইবোৰক কি বোলা হয়
(ক) গতিশীল বস্তু
(খ) স্থিতিশীল বস্তু
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) স্থিতিশীল বস্তু।
১২/ ১ ইৱাৰ্ডত কিমান ফুট
(ক) ২ ফুট
(খ) ৩ ফুট
(গ) ৪ ফুট
উত্তৰঃ (খ) ৩ ফুট।
১৩/ ১ মাইলত কিমান কিলোমিটাৰ
(ক) ১.৫৮৪ কিলোমিটাৰ
(খ) ১.৫৯৪ কিলোমিটাৰ
(গ) ১.৫৫৪ কিলোমিটাৰ
উত্তৰঃ (ক) ১.৫৮৪ কিলোমিটাৰ।
১৪/ আমাৰ পৃথিৱীখন কি গতিৰে গতিশীল
(ক) পৰ্যাবৃত্ত গতি
(খ) ঘূৰ্ণন গতি
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) পৰ্যাবৃত্ত গতি।
১৫/ এক ইঞ্চিত ২.৫৪ ছেমি. হলে এক ফুটত কিমান ছেমি. হব
(ক) ৩০.৪৮ ছেমি.
(খ) ৩০.৪৯ ছেমি.
(গ) ৩০.৪৭ ছেমি.
উত্তৰঃ (ক) ৩০.৪৮ ছেমি.।
১৬/ কিমান চনত বিজ্ঞানীসকলে শুদ্ধ জোখ-মাখৰ বাবে এক উমৈহতীয়া একক পদ্ধতি গ্ৰহণ কৰিছিল
(ক) ১৯৬৯ চনত
(খ) ১৯৬৭ চনত
(গ) ১৯৬৬ চনত
উত্তৰঃ (ক) ১৯৬৯ চনত।
১৭/ সকলোৱে মানি লোৱা এককবোৰক কি একক বোলা হয়
(ক) দৈৰ্ঘ্য় একক
(খ) মানক একক
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) মানক একক।
১৮/ ১০০০ ভাগৰ ১ ভাগক কি বোলা হয়
(ক) কিলোমিটাৰ
(খ) মিলিমিটাৰ
(গ) ছেণ্টিমিটাৰ
উত্তৰঃ (খ) মিলিমিটাৰ।
১৯/ ১০০ ভাগৰ ১ ভাগক কি মিটাৰ বোলা হয়
(ক) মিলিমিটাৰ
(খ) ছেণ্টিমিটাৰ
(গ) কিলোমিটাৰ
উত্তৰঃ (খ) ছেণ্টিমিটাৰ।
২০/ কিমান শতিকাৰ প্ৰথম ভাগত পেট্ৰল আৰু ডিজেলেৰে চলাব পৰা মটৰগাড়ী, জাহাজ আদি নিৰ্মাণ কৰিছিল
(ক) ঊনৈশ শতিকাৰ
(খ) কুৰি শতিকাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) কুৰি শতিকাৰ।