Chapter- 16
ভীমৰ কাণ্ড
১। পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ কাৰ নাতি আছিল?
(ক) দ্ৰৌপদীৰ
(খ) শান্তনু ৰজাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) শান্তনু ৰজাৰ ।
২। পাণ্ডুৰ কেইজন পুত্ৰ আছিল?
(ক) পাঁচজন
(খ) এশজন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পাঁচজন ।
৩। পাণ্ডুৰ পুত্ৰ সকলক কি বোলা হৈছিল?
(ক) পঞ্চপাণ্ডৱ
(খ) কৌৰৱ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক)পঞ্চপাণ্ডৱ ।
৪। ধৃতৰাষ্ট্ৰৰ কেইজন পুত্ৰ আছিল?
(ক) পাঁচজন
(খ) এশজন
(গ) এশ পাঁচজন
উত্তৰ- (খ) এশজন ।
৫। ধৃতৰাষ্টৰ পুত্ৰসকলক কি বোলা হৈছিল?
(ক) কৌৰৱ
(খ) পঞ্চপাণ্ডৱ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কৌৰৱ ।
৬। পাণ্ডৱসকলে কি মেলা চাবলৈ গৈছিল?
(ক) জোনবিল মেলা
(খ) আনন্দ মেলা
(গ) শিৱৰ মেলা
উত্তৰ- (গ) শিৱৰ মেলা ।
৭। শিৱৰ মেলা হোৱা ঠাইখনৰ নাম কি আছিল?
(ক) বাৰণাৱত
(খ) কাশীত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বাৰণাৱত ।
৮। বকাসুৰক কোনে মাৰিছিল?
(ক) ৰামে
(খ) ভীমে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ভীমে ।
৯। কৰ্তব্য শব্দৰ অৰ্থ কি?
(ক) ভোজন
(খ) বিশাল
(গ) কৰিবলগীয়া
উত্তৰ- (গ) কৰিবলগীয়া ।
১০। ভক্ষণ শব্দৰ অৰ্থ কি?
(ক) চেকনি
(খ) ভোজন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ভোজন ।
১১। পাণ্ডৱ আৰু কৌৰৱ সমন্ধত কি আছিল ?
(ক) বাপেক-পুতেক
(খ) ককাই-ভাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ককাই-ভাই ।
১২। কৌৰৱসকলে পাণ্ডৱসকলক জতুগৃহত কি কৰিবলৈ বিচাৰিছিল ?
(ক) মাৰিব বিচাৰিছিল
(খ) পুৰি মাৰিবলৈ বিচাৰিছিল
(গ) একো কৰিব বিচৰা নাছিল
উত্তৰ- (খ) পুৰি মাৰিবলৈ বিচাৰিছিল ।
১৩। পাণ্ডৱসকল জতুগৃহৰ পৰা পলাই কোন নগৰলৈ গৈছিল ?
(ক) বাৰাণৱাত
(খ) একচক্ৰা
(গ) গুৱাহাটী
উত্তৰ- (খ) একচক্ৰা ।
১৪। ভীমৰ মাকৰ নাম কি ?
(ক) পুন্য়াদা
(খ) সত্য়সন্ধা
(গ) কুন্তীদেৱী
উত্তৰ- (গ) কুন্তীদেৱী ।
১৫। উদ্ধাৰ শব্দৰ অৰ্থ কি ?
(ক) ৰক্ষা
(খ) আপদৰ পৰা ৰক্ষা কৰা
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
১৬। বধ শব্দৰ অৰ্থ কি ?
(ক) বিশাল
(খ) হত্য়া
(গ) বল
উত্তৰ- (খ) হত্য়া ।
১৭। প্ৰকাণ্ড শব্দৰ অৰ্থ কি ?
(ক) বিপদ
(খ) পৃথিৱী
(গ) বিশাল
উত্তৰ- (গ) বিশাল ।
১৮। অসুৰটোৰ নাম কি ?
(ক) ভীম
(খ) বক
(গ) পাণ্ডৱ
উত্তৰ- (খ) বক ।
১৯। কুন্তীৰ দ্বিতীয় সন্তান কি ?
(ক) ভয়াটোৰ
(খ) মহাবলী
(গ) সাহসী
উত্তৰ- (খ) মহাবলী ।
২০। আচল মানে কি ?
(ক) চাদৰ আচল
(খ) প্ৰকৃত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) প্ৰকৃত ।
Type by- Bikul Mandal