Chapter- 6
বুদ্ধ আৰু মহাবীৰ
(১) কিমান খ্ৰিষ্টপূৰ্বত লুম্বিনীত বুদ্ধদেৱৰ জন্ম হৈছিল ?
(ক) ৫৬০ খ্ৰিষ্টপূৰ্বত
(খ) ৫৬৩ খ্ৰিষ্টপূৰ্বত
(গ) ৫৬৬ খ্ৰিষ্টপূৰ
উত্তৰ- (খ) ৫৬৩ খ্ৰিষ্টপূৰ্বত ।
(২) শুদ্ধোদনৰ পুত্ৰ বুদ্ধদেৱক সৰুৰে পৰা তুলি-তালি কোনে ডাঙৰ-দীঘল কৰিছিল ?
(ক) মায়াদেৱীয়ে
(খ) গৌতমীয়ে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গৌতমীয়ে ।
(৩) বুদ্ধদেৱে জীৱনৰ প্ৰায় কিমান বছৰ কাল বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল ?
(ক) ২০ বছৰ
(খ) ৩০ বছৰ
(গ) ৪০ বছৰ
উত্তৰ- (গ) ৪০ বছৰ ।
(৪) কিমান বছৰ বয়সত বুদ্ধদেৱৰ মৃত্যু হৈছিল ?
(ক) ৬০ বছৰ
(খ) ৮০ বছৰ
(গ) ৮৫ বছৰ
উত্তৰ- (খ) ৮০ বছৰ ।
(৫) বৌদ্ধ ধৰ্মৰ মূল পুথিখনৰ নাম কি আছিল ?
(ক) ভাগৱত
(খ) ত্ৰিপিটক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ত্ৰিপিটক ।
(৬) কিমান বছৰ বয়সত বৰ্দ্ধমানে সংসাৰ ত্যাগ কৰি জৈন ধৰ্মৰ গুৰু পাৰ্শ্বনাথৰ ওচৰত ধৰ্মৰ দীক্ষা লৈছিল ?
(ক) ৩০ বছৰ বয়সত
(খ) ৩৫ বছৰ বয়সত
(গ) ৪০ বছৰ বয়সত
উত্তৰ- (ক) ৩০ বছৰ বয়সত ।
(৭) কিমান বছৰ বয়সত পাটনাৰ পাৱাপুৰ নামে ঠাইত মহাবীৰৰ মৃত্যু হৈছিল ?
(ক) ৬০ বছৰ বয়সত
(খ) ৭২ বছৰ বয়সত
(গ) ৭৫ বছৰ বয়সত
উত্তৰ- (খ) ৭২ বছৰ বয়সত ।
(৮) জৈন ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ খনৰ নাম কি ?
(ক) ‘অংগ’
(খ) ত্ৰিপিটক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ‘অংগ’ ।
(৯) জৈনধৰ্মৰ প্ৰচাৰকসকলক কি নামেৰে জনা যায় ?
(ক) শাক্যসিংহ
(খ) শাক্যমুনি
(গ) তীৰ্থংকৰ
উত্তৰ- (গ) তীৰ্থংকৰ ।
(১০) কোনজন জৈন ধৰ্মগুৰুৰ ওচৰত বুৰ্দ্ধমানে ধৰ্মৰ দীক্ষা গ্ৰহণ কৰিছিল ?
(ক) পৰেশনাথ
(খ) পাৰ্শ্বনাথ
(গ) মহাবীৰ
উত্তৰ- (খ) পাৰ্শ্বনাথ ।
(১১) বুদ্ধদেৱৰ কোন ঠাইত মৃত্যু হৈছিল ?
(ক) কুশী নগৰত
(খ) পাটনাত
(গ) কপিলাবস্তু
উত্তৰ- কুশী নগৰত ।
(১২) খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত শাক্যসকল বা শাক্যবংশই শাসন কৰা ঠাইখন বা ৰাজ্যখনৰ নাম কি ?
(ক) পাটনা
(খ) কুশী
(গ) কপিলাবস্তু
উত্তৰ- কপিলাবস্তু ।
(১৩) কপিলাবস্তু ৰাজ্যত এসময়ত কোন ৰজাই শাসন কৰিছিল ?
(ক) ৰজা ভাস্কৰবৰ্মনে
(খ) ৰজা শুদ্ধোদনে
(গ) ৰজা নৰনাৰায়ণ
উত্তৰ- ৰজা শুদ্ধোদনে ।
(১৪) শুদ্ধোদন আৰু মায়াদেৱীৰ পুত্ৰ সন্তানটি কোন ঠাইত জন্ম হৈছিল ?
(ক) লুম্বিনী নামৰ এখন ঠাইত
(খ) পাটনাত
(গ) এটাও নহয়
উত্তৰ- লুম্বিনী নামৰ এখন ঠাইত ।
(১৫) শুদ্ধোদন আৰু মায়াদেৱীৰ সন্তানটিৰ নাম কি ?
(ক) মাধৱদেৱ
(খ) গুৰুনানক
(গ) সিদ্ধাৰ্থ
উত্তৰ- সিদ্ধাৰ্থ ।
(১৬) গৌতমে কিমান বছৰ বয়সত বিয়া কৰাই গৃহস্থী হৈছিল ?
(ক) ১৮ বছৰ বয়সত
(খ) ২০ বছৰ বয়সত
(গ) ২৭ বছৰ বয়সত
উত্তৰ- ১৮ বছৰ বয়সত ।
(১৭) বুদ্ধদেৱে জ্ঞান লাভ কৰাৰ পাছত যি ধৰ্ম মানুহৰ মাজত প্ৰচাৰ কৰিছিল সেই ধৰ্মক কি নামেৰে জনা যায় ?
(ক) বৌদ্ধ পুথি
(খ) বৌদ্ধ ধৰ্ম
(গ) বৌদ্ধ নীতি
উত্তৰ- বৌদ্ধ ধৰ্ম ।
(১৮) বৰ্দ্ধমানৰ পত্নীৰ নাম কি আছিল ?
(ক) যশোদা
(খ) ৰুক্মিণী
(গ) এটাও নহয়
উত্তৰ- যশোদা ।
(১৯) জৈন ধৰ্মৰ ধৰ্মপুথিখন কি ভাযাত লিখা হৈছিল ?
(ক) প্ৰাকৃত
(খ) বৌদ্ধ
(গ) ব্ৰজাৱলী
উত্তৰ- প্ৰাকৃত ।
(২০) কোন ঠাইত মহাবীৰৰ মৃত্যু হৈছিল ?
(ক) কুশী নগৰত
(খ) পাটনাৰ পাৱাপুৰত
(গ) কপিলাবস্তুৰ ওচৰৰ লুম্বিনী নামৰ ঠাইত
উত্তৰ- পাটনাৰ পাৱাপুৰত ।
Type by- Bikul Mandal