Chapter- 8
প্ৰাকৃতিক সম্পদ
১। পৃথিৱীত প্ৰায় কিমান ভাগ মাটি আছে?
(ক) ২০ ভাগ
(খ) ৩০ ভাগ
(গ) ১০ভাগ
উত্তৰ- (খ) ৩০ ভাগ ।
২। মাটি, পানী, আৰু সূৰ্য্য় তাপ-পোহৰ আদিবোৰ কি সম্পদ?
(ক) প্ৰাকৃতিক সম্পদ
(খ) নৱীকৰণ-যোগ্য় সম্পদ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নৱীকৰণ-যোগ্য় সম্পদ ।
৩। বায়ুমণ্ডলত পানীৰ ভাপে কিহৰ ৰূপ লয়?
(ক) বৰষুণৰ ৰূপ লয়
(খ) ধুৱাৰ ৰূপ লয়
(গ) ডাৱৰৰ ৰূপ লয়
উত্তৰ- (গ) ডাৱৰৰ ৰূপ লয় ।
৪। পৃথিৱীয়ে তাপ আৰু পোহৰ নাপালে কি হয়?
(ক) তাপৰ পৰিমান বৃদ্ধি হব
(খ) চেঁচাৰ পৰিমান বৃদ্ধি হব
(গ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ- (খ) চেঁচাৰ পৰিমান বৃদ্ধি হব ।
৫। কয়লা থকা অঞ্চলবোৰক কি বোলে?
(ক) কাৰখানা
(খ) কয়লা খনি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কয়লা খনি ।
৬। গেছীয়, জুলীয়া, আৰু গোটা সামগ্ৰী কিহৰ পৰা প্ৰস্তত কৰা হয়?
(ক) কয়লাৰ পৰা
(খ) পেট্ৰ’লিয়ামৰ পৰা
(গ) খাৰুৱা তেলৰ পৰা
উত্তৰ- (খ) পেট্ৰ’লিয়ামৰ পৰা ।
৭। পিট্ কয়লা, লিগনাইট কয়লা, এনথ্ৰাছাইট কয়লা আদি কিহৰ প্ৰকাৰ?
(ক) পেট্ৰ’লিয়ামৰ
(খ) কয়লাৰ
(গ) খাৰুৱা তেলৰ
উত্তৰ- (খ) কয়লাৰ ।
৮। পেট্ৰ’ল এবিধ কি?
(ক) ৰাসায়নিক পদাৰ্থ
(খ) প্ৰেট্ৰলিয়াম
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) প্ৰেট্ৰলিয়াম ।
৯। মানুহে ব্য়ৱহাৰৰ বাবে পাই থাকিব পৰা সম্পদবোৰক কি বোলে?
(ক) নৱীকৰণ-যোগ্য় সম্পদ
(খ) নলীকৰণ-যোগ্য সম্পদ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নলীকৰণ-যোগ্য সম্পদ ।
১০। পিট্ কয়লা, লিগনাইট কয়লা, বিটুমিনাছ কয়লা আৰু এনথ্ৰাছাইট আদিবোৰ কিহৰ প্ৰকাৰ?
(ক) খাৰুৱা তেলৰ প্ৰকাৰ
(খ) প্ৰাকৃতিক গেছৰ প্ৰকাৰ
(গ) কয়লা গেছৰ প্ৰকাৰ
উত্তৰ- (গ) কয়লা গেছৰ প্ৰকাৰ ।
১১। ভূখণ্ডৰ অন্তৰ্ভাগত পােৱা যিকোনাে এবিধ সম্পদৰ ব্যৱহাৰ উল্লেখ কৰা?
(ক) কয়লা
(খ) ৰশ্মি
(গ) তাপ
উত্তৰ- (ক) কয়লা ।
১২।মাটিত মাথোঁ ধূলি-বালি থাকে । শুদ্ধ/অশুদ্ধ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (খ) অশুদ্ধ ।
১৩। গৰুৰ গােবৰ এবিধ নৱীকৰণ-অযােগ্য সম্পদ । শুদ্ধ/অশুদ্ধ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (খ) অশুদ্ধ ।
১৪। প্লাষ্টিকে মাটি প্ৰদূষিত কৰে । শুদ্ধ/অশুদ্ধ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
১৫। গছ-গছনি আৰু জীৱ-জন্তুৰ অৱশেষৰ পৰা কয়লা প্রস্তুত হয়।শুদ্ধ/অশুদ্ধ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
১৬। পেট্রলিয়ামৰ লগতে প্রাকৃতিক গেছ ওলায়। শুদ্ধ/অশুদ্ধ?
(ক) অশুদ্ধ
(খ) শুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) অশুদ্ধ ।
১৭। খাদ্য নৱীকৰণ-যােগ্য সম্পদ হয় । শুদ্ধ/অশুদ্ধ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
১৮। মানুহে ছিমেন্ট সদায় ব্যৱহাৰ কৰিব পাৰিব । শুদ্ধ/অশুদ্ধ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (খ) অশুদ্ধ ।
১৯। মানুহে সৌৰ শক্তি সদায় ব্যৱহাৰ কৰিব পাৰিব। শুদ্ধ/ অশুদ্ধ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) শুদ্ধ ।
২০। কয়লা কৰ পৰা পোৱা যায়?
(ক) গছৰ তলৰ পৰা
(খ) নদ-নদীৰ পৰা
(গ) মাটিৰ তলৰ পৰা
উত্তৰ- (গ) মাটিৰ তলৰ পৰা ।
Type by- Bikul Mandal