Chapter- 7
পোহৰ
১। নিজৰ পোহৰ থকা বস্তুটোক কি বোলে?
(ক) অদীপ্তিমান
(খ) ৰশ্মি
(গ) দীপ্তিমান
উত্তৰ- (গ) দীপ্তিমান ।
২। পোহৰৰ পোন বাটত অস্বচ্ছ বস্তুৰ বাধা পৰিলে কি সৃষ্টি হয়?
(ক) পোহৰ সৃষ্টি হয়
(খ) ছাঁৰ সৃষ্টি হয়
(গ) আকৃতিৰ সৃষ্টি হয়
উত্তৰ- (খ) ছাঁৰ সৃষ্টি হয় ।
৩। কি স্থানত পোহৰ পোন পথেৰে আৰু সৰ্বোচ্চ বেগেৰে যায়?
(ক) আন্ধাৰ স্থানত
(খ) শূন্য়স্থানত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) শূন্য়স্থানত ।
৪। কিছুমান পদাৰ্থৰ মাজেৰে পোহৰ কমকৈ পাৰ হয়, এনে পদাৰ্থবোৰক কি বোলে?
(ক) ঈষত স্বচ্ছ
(খ) আপতিত
(গ) প্ৰতিফলন
উত্তৰ- (ক) ঈষত স্বচ্ছ ।
৫। মমবাতি, লেম্প, বৈদ্য়ুতিক চাকি এই আটাইবোৰ কি বস্তু?
(ক) অদীপ্তিমান
(খ) দীপ্তিমান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) দীপ্তিমান ।
৬। নিজৰ পোহৰ নথকা বস্তুবোৰক কি বোলে?
(ক) দীপ্তিমান
(খ) অদীপ্তিমান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অদীপ্তিমান ।
৭। পোহৰ এবিধ কি?
(ক) আপতিত
(খ) শক্তি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) শক্তি ।
৮। অদীপ্তিমান বস্তুবোৰ কিহত দৃশ্য়মান হয়?
(ক) দীপ্তিমান
(খ) দীপ্তিমান বস্তু বা উতসৰ পোহৰত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) দীপ্তিমান বস্তু বা উতসৰ পোহৰত ।
৯। পোহৰ পাৰ হৈ আহিব পৰা বস্তুবোৰক কি বোলে?
(ক) দৃশ্য়মান
(খ) দীপ্তিমান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
১০। পোহৰ পাৰ হৈ আহিব নোৱাৰা বস্তুবোৰক কি বোলে?
(ক) স্বচ্ছ বস্তু
(খ) অদীপ্তিমান বস্তু
(গ) ওপৰৰ এটাও শুদ্ধ নহয়
উত্তৰ- (গ) ওপৰৰ এটাও শুদ্ধ নহয় ।
১১। বায়ু স্বচ্ছ/অস্বচ্ছ পদার্থ?
(ক) স্বচ্ছ
(খ) অস্বচ্ছ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) স্বচ্ছ ।
১২। বটলত পােৱা আঠা স্বচ্ছ/অস্বচ্ছ/ঈষৎ স্বচ্ছ পদার্থ?
(ক) স্বচ্ছ
(খ) অস্বচ্ছ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অস্বচ্ছ ।
১৩। পানীৰ মাজেদি পােহৰৰ বেগ কম/বেছি?
(ক) কম
(খ) বেছি
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) কম ।
১৪। স্বচ্ছ পদার্থহে পােহৰৰ মাধ্যম হ’ব পাৰে/নােৱাৰে?
(খ) নোৱাৰে
(খ) পাৰে
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (খ) পাৰে ।
১৫। সূর্য বিস্তৃত উৎস নহয়/হয়?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) হয় ।
১৬। পােহৰৰ বাটত বাধা পৰিলে ছাঁ গঠন হয় / নহয়?
(ক) নহয়
(খ) হয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) হয় ।
১৭। যিবােৰ পদাৰ্থৰ মাজেদি কম পােহৰ পাৰ হৈ যায় , সেইবােৰ?
(ক) স্বচ্ছ
(খ) অস্বচ্ছ
(গ) ঈষৎ স্বচ্ছ
উত্তৰ- (গ) ঈষৎ স্বচ্ছ ।
১৮। পােহৰৰ পথটো হ’ল-
(ক) বেঁকা
(খ) সৰলৰৈখিক
(গ) ঘূৰণীয়া
উত্তৰ- (খ) সৰলৰৈখিক ।
১৯। বাধাটো বিস্তৃত উৎসৰ ওচৰলৈ নিলে, ছাঁটো-
(ক) ডাঙৰ হয়
(খ) নােহােৱা হয়
(গ) সৰু হয়
উত্তৰ- (ক) ডাঙৰ হয় ।
২০। ছাটো কিমান ডাঙৰ হ’ব সেয়া উৎসটোৰ ওপৰত নিৰ্ভৰ কৰে/নকৰে?
(ক) কৰে
(খ) নকৰে
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) কৰে ।
Type by- Bikul Mandal