Chapter- 14
পুখুৰীৰ কথা
১। পাছফালৰ বাৰান্দাত কোন আমন-জিমনকৈ বহি আছিল?
(ক) অনন্যা
(খ) সুকণ্যা
(গ) বিপাছা
উত্তৰ- (ক) অনন্যা ।
২। সেইদিনা কি বাৰ আছিল?
(ক) সোমবাৰ
(খ) দেওবাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) দেওবাৰ ।
৩। অনন্যাই পঢ়া কিতাপখনৰ নাম কি আছিল?
(ক) আপোন পাঠ
(খ) সাথৰ ভাণ্ডাৰ
(গ) কমলা কুঁৱৰীৰ সাধু
উত্তৰ- (গ) কমলা কুঁৱৰীৰ সাধু ।
৪। জয়সাগৰ পুখুৰী কোনে খন্দাইছিল?
(ক) ৰুদ্ৰসিংহ স্বৰ্গদেৱে
(খ) অম্বিকা দেৱীয়ে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ৰুদ্ৰসিংহ স্বৰ্গদেৱে ।
৫। শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?
(ক) ৰুদ্ৰসিংহ স্বৰ্গদেৱে
(খ) অম্বিকা দেৱীয়ে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অম্বিকা দেৱীয়ে ।
৬। আমন-জিমনকৈ শব্দৰ অৰ্থ কি?
(ক) পাৰ্গত
(খ) অতি যত্নৰে
(গ) মন মাৰি
উত্তৰ- (গ) মন মাৰি ।
৭। অমূল্য শব্দৰ অৰ্থ কি?
(ক) মূল্য নথকা
(খ) অতি মূল্যবান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অতি মূল্যবান ।
৮। সযতনে শব্দৰ অৰ্থ কি?
(ক) অতি যত্নৰে
(খ) পাৰ্গত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) অতি যত্নৰে ।
৯। দক্ষ শব্দৰ অৰ্থ কি?
(ক) অতি যত্নৰে
(খ) পাৰ্গত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পাৰ্গত ।
১০। নিজান শব্দৰ অৰ্থ কি?
(ক) মন মাৰি
(খ) অতি মূল্যবান
(গ) নিৰ্জন
উত্তৰ- (গ) নিৰ্জন।
১১। পাছফালৰ বাৰান্দাত অনন্য়া আমন-জিমনকৈ বহি থাকোতে তেতিয়া কি সময় আছিল ?
(খ) ৰাতিপুৱা
(খ) দুপৰীয়া
(গ) ৰাতি
উত্তৰ- (খ) দুপৰীয়া ।
১২। ‘কমলা কুঁৱৰীৰ সাধু’ টো পঢ়ি অনন্য়াৰ মনটো কেনেকুৱা লাগিল ?
(ক) ভাল লাগিল
(খ) বেয়া লাগিল
(গ) এটাও নহয়
উত্তৰ- (খ) বেয়া লাগিল ।
১৩। অনুহঁত যোৱাবাৰ শিৱসাগৰৰ কাৰ ঘৰলৈ গৈছিল ?
(ক) মাহীয়েকৰ ঘৰলৈ
(খ) মামায়েকৰ ঘৰলৈ
(গ) জেঠায়েকৰ ঘৰলৈ
উত্তৰ- (গ) জেঠায়েকৰ ঘৰলৈ ।
১৪। অনুয়ে জেঠায়েকৰ ঘৰত কি দেখিছিল ?
(ক) মাছবোৰ
(খ) পুখুৰীবোৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পুখুৰীবোৰ ।
১৫। অনুয়ে পুখুৰীবোৰক কি বুলি ভাবিছিল ?
(ক) সাগৰ বুলি
(খ) মহাসাগৰ বুলি
(গ) সৰু পুখুৰী
উত্তৰ- (ক) সাগৰ বুলি ।
১৬। আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী কোন আছিল ?
(ক) মূলাগাভৰু
(খ) অম্বিকা দেৱী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অম্বিকা দেৱী ।
১৭। পুৰণি কালত ৰজা-মহাৰজাসকলে পুখুৰী খন্দাতো এটা কি আছিল ?
(ক) দায়িত্ব
(খ) নিয়ম
(গ) কৰ্তব্য়
উত্তৰ- (খ) নিয়ম ।
১৮। বিশাল বিশাল পুখুৰীবোৰত কি কি ৰুইছিল ?
(ক) ভেঁট
(খ) পদুম
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
১৯। দক্ষ শব্দৰ অৰ্থ কি ?
(ক) পাৰ্গত
(খ) উৎস
(গ) অতি যত্নৰে
উত্তৰ- (ক) পাৰ্গত ।
২০। উঁহ শব্দৰ অৰ্থ কি ?*
(ক) বিমৰ্ষ হৈ
(খ) মন মাৰি থকা
(গ) উৎস
উত্তৰ- (গ) উৎস ।
Type by- Bikul Mandal