Chapter- 5
পদাৰ্থ আৰু ইয়াৰ ধৰ্ম
১। বস্তুৰ পৰিমাণক বস্তুখিনিৰ কি বোলে?
(ক) ওজন
(খ) ভৰ
(গ) পাতল
উত্তৰ- (খ) ভৰ ।
২। এক কিল’গ্ৰাম কিহৰ সমান?
(ক) লাখৰ সমান
(খ) গ্ৰামৰ সমান
(গ) হাজাৰৰ সমান
উত্তৰ- (গ) হাজাৰৰ সমান ।
৩। বিভিন্ন বস্তুৰ আয়তন একে হ’লে সিহঁতৰ ভৰ কি হয়?
(ক) একে হয়
(খ) একে নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) একে নহয় ।
৪। ১মিলি.=?
(ক) ১ঘন ছেমি.
(খ) ১লিটাৰ
(গ) ১গ্ৰাম
উত্তৰ- (ক) ১ঘন ছেমি. ।
৫। পানীৰ ঘনত্ব=?
(ক) ভৰ
(খ) ১গ্ৰাম/ঘন ছেমি.
(গ) ঘন ছেমি
উত্তৰ- (খ) ১গ্ৰাম/ঘন ছেমি. ।
৬। ঘনত্ব x আয়তন=?
(ক) গ্ৰাম
(খ) ঘন ছেমি.
(গ) ভৰ
উত্তৰ- (গ) ভৰ ।
৭। ভৰৰ একক কি ?
(ক) ওজন
(খ) পৰিমান
(গ) গ্ৰাম বা কিল’গ্ৰাম
উত্তৰ- (গ) গ্ৰাম বা কিল’গ্ৰাম ।
৮। সকলো বস্তুৰে আয়তন থাকে।
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (ক) শুদ্ধ ।
৯। পানীৰ ঘনত্ব কিমান?
(ক) ১গ্ৰাম/ঘন ছেমি.
(খ) ৮গ্ৰাম/ঘন ছেমি.
(গ) ৭গ্ৰাম/ঘন ছেমি.
উত্তৰ- (ক) ১গ্ৰাম/ঘন ছেমি.।
১০। ওজন এটা কি?
(ক) পাতল
(খ) বল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বল ।
১১। টেনিছ বলটোতকৈ ক্ৰিকেট বলটোত বেছি______আছে?
(ক) পদাৰ্থ
(খ) ওজন
(গ) দাম
উত্তৰ- (ক) পদাৰ্থ ।
১২। তলৰ ছবিখনে কি বুজাইছে?
(ক) ভৰ
(খ) পাতল
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) ভৰ ।
১৩। তলৰ ছবিখনৰ নাম কি?
(ক) পাল্লা
(খ) চাইকেল
(গ) বল
উত্তৰ- (ক) পাল্লা ।
১৪। পানীতকৈ মিঠাতেল বেছি_______?
(ক) ঘন
(খ) পাতল
(গ) জুলীয়া
উত্তৰ- (ক) ঘন ।
১৫। কাঠতকৈ লোহা বেছি_______?
(ক) ডাঠ
(খ) পাতল
(গ) ঘন
উত্তৰ- (গ) ঘন ।
১৬। ঘন বস্তুত বেছি কি থাকে?
(ক) পানী
(খ) পদাৰ্থ
(গ) ভিটামিন
উত্তৰ- (খ) পদাৰ্থ ।
১৭। বস্তুৰ ভৰ কিহৰ সহায়ত নিৰ্ণয় কৰা হয়?
(ক) পাল্লাৰ
(খ) তুলাচনীৰ
(গ) হাতৰ সহায়ত
উত্তৰ- (ক) পাল্লাৰ ।
১৮। দুটা বস্তুৰ ভৰ কিহৰ সহায়ত তুলনা কৰিব পাৰি?
(ক) তুলাচনীৰ
(খ) ভৰিৰ সহায়ত
(গ) হাতৰ সহায়ত
উত্তৰ- (ক) তুলাচনীৰ ।
১৯। একে আয়তনৰ হ’লেও বেলেগ বেলেগ ভৰৰ এবিধ পদার্থৰ নাম লিখা।
(ক) টেনিছ বল
(খ) ফুটবল
(গ) কাঠৰ বল
উত্তৰ- (ক) টেনিছ বল ।
২০। এক ঘন মিটাৰ পানীৰ ভৰ কিমান ?
(ক) এক লিটাৰ
(খ) দুই লিটাৰ
(গ) তিনি লিটাৰ
উত্তৰ- (ক) এক লিটাৰ ।
Type by- Bikul Mandal