ঢোপ-খেলৰ আনন্দ
Chapter-12
১। নগাঁৱৰ খুৰাক আজি পুৱাই কাৰ ঘৰলৈ আহিলে ?
ক) ৰাখালহতঁৰ ঘৰত
খ) ডালিমীহতঁৰ ঘৰত
গ) ৰামহতঁৰ ঘৰত
উত্তৰঃ ক) ৰাখালহতঁৰ ঘৰত।
২। নগাঁৱৰ খুৰাকজনৰ নাম কি ?
ক) মহিম
খ) তপন
গ) বলেন
উত্তৰঃ খ) তপন।
৩। খুৰাকে কোৱাৰ লগতে কোনে দৌৰ মাৰি গামোচাখন আনি দিলে ?
ক) মনুয়ে
খ) ৰাণীয়ে
গ) ৰাখালে
উত্তৰঃ গ) ৰাখালে।
৪। সকলোৱে এতিয়া কাৰহঁতৰ ঘৰৰ কাষৰ মুকলি ঠাইখনলৈ খেলিবলৈ যাব ?
ক) গীতহঁতৰ
খ) পদুমহঁতৰ
গ) কৰিমহঁতৰ
উত্তৰঃ ক) গীতহঁতৰ।
৫। অশোকক খুৰাকে কাৰ দলৰ পাছফালে থিয় হ’বহি দিছে ?
ক) ৰাখালহঁতৰ দলৰ পাছত
খ) পদুমহঁতৰ দলৰ পাছত
গ) মণিহঁতৰ দলৰ পাছত
উত্তৰঃ গ) মণিহঁতৰ দলৰ পাছত।
৬। ঘাইৰ কাম কি ?
ক) ঢোপটো দলিওৱা
খ) দল ভগোৱা
গ) দলটো ভগা
উত্তৰঃ ক) ঢোপটো দলিওৱা।
৭। অশোকহঁতৰ দলটোৱে ঢোপটো মণিহঁতৰ দললৈ মাৰি দিওতে কাৰ গাত লাগিল ?
ক) মণি গাত
খ) ৰাণীৰ গাত
গ) ৰুণৰ গাত
উত্তৰঃ গ) ৰুণৰ গাত।
৮। ৰগৰ শব্দৰ অৰ্থ কি ?
ক) কৌতুক
খ) ফকৰা
গ) সাথঁৰ
উত্তৰঃ ক) কৌতুক।
৯। টঙালি শব্দৰ অৰ্থ কি ?
ক) চুটি কাপোৰ
খ) দীঘল কাপোৰ
ওপৰৰ এটাও নহয়
উত্তৰঃ খ) দীঘল কাপোৰ।
১০। ” তোমালোকে বোলে নতুন খেল শিকিবলৈ একেবাৰে কঁকালত টঙালি বান্ধি আছা ?” কথাষাৰ কোনে কৈছে ?
ক) মহিমে কৈছিল
খ) যদুয়ে কৈছিল
গ) তপন খুৰাকে কৈছিল
উত্তৰঃ গ) তপন খুৰাকে কৈছিল।