Chapter- 13
আকাশৰ কথা
(১) যিবোৰে আকাশত স্থিৰ পোহৰ বিলাই থাকে সেইবোৰক কি বোলে ?
(ক) জোনবাই
(খ) গ্ৰহ
(গ) তৰা
উত্তৰ- (খ) গ্ৰহ ।
(২) পোহৰৰ গতিবেগ প্ৰতি ছেকেণ্ডত কিমান কিল’মিটাৰ ?
(ক) ২,৫০,০০০ কিল’মিটাৰ
(খ) ২,৬০,০০০ কিল’মিটাৰ
(গ) ৩,৬০,০০০ কিল’মিটাৰ
উত্তৰ- (গ) ৩,৬০,০০০ কিল’মিটাৰ ।
(৩) বৰ্তমান কোনটো গ্ৰহক তালিকাৰ পৰা বাদ দিয়া হৈছে ?
(ক) প্লুট
(খ) ইউৰেনাছ
(গ) নেপচুন
উত্তৰ- (ক) প্লুট ।
(৪) চন্দ্ৰ পৃথিৱীৰ এটা কি ?
(ক) গ্ৰহ
(খ) উপগ্ৰহ
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (খ) উপগ্ৰহ ।
(৫) বিশ্বব্ৰহ্মাণ্ডৰ যিবিলাকৰ নিজা তাপ পোহৰ আছে সেইবিলাকক কি বোলা হয় ?
(ক) সূৰ্য
(খ) তৰা
(গ) নক্ষত্ৰ
উত্তৰ- (গ) নক্ষত্ৰ ।
(৬) ৰাতি আকাশত দেশা পোৱা উজ্জ্বল বস্তুবোৰক কি বোলা হয় ?
(ক) জ্যোতিষ্ক
(খ) নক্ষত্ৰ
(গ) জোনবাই বোলা হয়
উত্তৰ- (ক) জ্যোতিষ্ক ।
(৭) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ?
(ক) পৃথিৱী
(খ) মঙ্গল
(গ) বৃহস্পতি
উত্তৰ- (গ) বৃহস্পতি ।
(৮) সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি ?
(ক) বুধ
(খ) শুক্ৰ
(গ) পৃথিৱী
উত্তৰ- (ক) বুধ ।
(৯) হেলিৰ ধূমকেতু কেই বছৰৰ মূৰে মূৰে আকাশত দেশা দিয়ে ?
(ক) ৫০ বছৰৰ মূৰে মূৰে
(খ) ৬০ বছৰ মূৰে মূৰে
(গ) ৭৫ বছৰৰ মূৰে মূৰে
উত্তৰ- (গ) ৭৫ বছৰৰ মূৰে মূৰে ।
(১০) পৃথিৱীৰপৰা সূৰ্যৰ দূৰত্ব প্ৰায় কিমান কিমি. ?
(ক) ১২ কোটি কিমি.
(খ) ১৫ কোটি কিমি.
(গ) ১৭ কোটি কিমি.
উত্তৰ- (খ) ১৫ কোটি কিমি. ।
(১১) যিবোৰে আকাশত স্থিৰ পোহৰ বিলাই থাকে সেইবোৰক কি বুলি কোৱা হয় ?
(ক) গ্ৰহ
(খ) নক্ষত্ৰ
(গ) তৰা
উত্তৰ- (ক) গ্ৰহ ।
(১২) তলৰ ছবিখন কিহৰ ছবি ?
(ক) নক্ষত্ৰৰ
(খ) সৌৰজগতৰ
(গ) এটাও নহয়
উত্তৰ- (খ) সৌৰজগতৰ ।
(১৩) আমি বাস কৰি থকা পৃথিৱীখন এটা কি ?
(ক) নক্ষত্ৰ
(খ) তৰা
(গ) গ্ৰহ
উত্তৰ- (গ) গ্ৰহ ।
(১৪) অগণন জ্যোতিষ্ক তথা তৰাবোৰ থকা অন্তহীন মহাবিশ্বখনক কি বুলি কোৱা হয় ?
(ক) বিশ্বব্ৰহ্মাণ্ড
(খ) বিশ্বজগত
(গ) এটাও নহয়
উত্তৰ- (ক) বিশ্বব্ৰহ্মাণ্ড ।
(১৫) সূৰ্যৰ নিচেই ওচৰত থকা গ্ৰহটোৰ নাম কি ?
(ক) পৃথিৱী
(খ) শুক্ৰ
(গ) বুধ
উত্তৰ- (গ) বুধ ।
(১৬) শনি গ্ৰহৰ উপগ্ৰহ কেইটা ?
(ক) ২ টা
(খ) ১০ টা
(গ) ১৩ টা
উত্তৰ- (খ) ১০ টা ।
(১৭) দিনৰ আকাশ সাধাৰণতে কি ৰঙৰ হয় ?
(ক) নীলা
(খ) বগা
(গ) ক’লা
উত্তৰ- (ক) নীলা ।
(১৮) সৌৰজগতৰ ৪ নম্বৰ স্থানত থকা গ্ৰহটোৰ নাম কি ?
(ক) পৃথিৱী
(খ) শুক্ৰ
(গ) মংগল
উত্তৰ- (গ) মংগল ।
(১৯) সৌৰজগতৰ কেন্দ্ৰ কোনটো ?
(ক) সূৰ্য
(খ) উল্কা
(গ) জ্যোতিষ্ক
উত্তৰ- (ক) সূৰ্য ।
(২০) আমি দেখা পোৱা হাতীপটিবোৰ কিমান তৰাৰ সমষ্টি ?
(ক) প্ৰায় ১৮ হাজাৰ তৰাৰ
(খ) প্ৰায় ২০ হাজাৰ তৰাৰ
(গ) প্ৰায় ২০ হাজাৰ কোটি তৰাৰ
উত্তৰ- (গ) প্ৰায় ২০ হাজাৰ কোটি তৰাৰ ।
Type by- Bikul Mandal