Chapter 5
নৃগোষ্ঠী বৰ্ণনাতত্ত্ব
1. উত্তৰ-পূৱ ভাৰতক কেই ভনী ৰাজ্য বুলি কোৱা হয় ?
(ক) সাতভনী
(খ) আঠভনী
(গ) বাৰভনী
উত্তৰঃ (ক) সাতভনী
2. অসমত বাস কৰা তলৰ কোনটো জনজাতি ?
(ক) খাছি
(খ) মিজো
(গ) কাৰ্বি
উত্তৰঃ (গ) কাৰ্বি
3. ত্ৰিপুৰাত বাস কৰা তলৰ কোনটো জনজাতি ?
(ক) লেপচা
(খ) ৰিংয়া
(গ) কছাৰী
উত্তৰঃ (খ) ৰিংয়া
4. মেঘালয় ৰাজ্যৰ কোন পশ্চিম অঞ্চলত কোন জাতি বাসভূমি ?
(ক) মেইটে
(খ) অঁকা
(গ) গাৰো
উত্তৰঃ (গ) গাৰো
5. আচিক মানে কি ?
(ক) পাহাৰ
(খ) মানুহ
(গ) সাজপাৰ
উত্তৰঃ (ক) পাহাৰ
6. মান্দে মানে কি ?
(ক) মানুহ
(খ) অলংকাৰ
(গ) পাহাৰ
উত্তৰঃ (ক) মানুহ
7. আচিক আৰু মান্দে দুয়োটাৰে অৰ্থ কি ?
(ক) বাবুচী
(খ) গানা ৰেখিং
(গ) পাহাৰৰ মানুহ
উত্তৰঃ (গ) পাহাৰৰ মানুহ
8. গাৰোসকলে ক’ত বাস কৰে ?
(ক) চাং ঘৰ
(খ) পকা ঘৰ
(গ) খেৰ ঘৰ
উত্তৰঃ (ক) চাং ঘৰ
9. চাঙৰ পৰা মূধৰ দূৰত্ব কিমান মিটাৰ ?
(ক) ২.৭০
(খ) ৪.৮৭
(গ) ১.৫৬
উত্তৰঃ (ক) ২.৭০
10 . চাং দুখনৰ মাজৰ ঠাইখিনিক কি বোলে ?
(ক) দোংৰামা
(খ) নোখ্ৰা
(গ) খালদিক
উত্তৰঃ (খ) নোখ্ৰা
11. গাৰো সকলৰ প্ৰধান কোঠৰিটোক কি বুলি কোৱা হয় ?
(ক) বাবুচী
(খ) দুন
(গ) দোংৰামা
উত্তৰঃ (গ) দোংৰামা
12. খ্ৰিষ্ট ধৰ্মত দীক্ষিত গাৰোসকলৰ পাকঘৰক কি নামেৰে জনা যায় ?
(ক) আলেং
(খ) বাবুচী
(গ) নোখ্ৰা
উত্তৰঃ (খ) বাবুচী
13. পুৰণিকলীয়া গাৰো সকলে কি পৰিধান কৰিছিল ?
(ক) কৌপিন
(খ) ধূতি
(গ) লংপেন চাৰ্ট
উত্তৰঃ (ক) কৌপিন
14. কোৰক গাৰো ভাষাত কি বোলা হয় ?
(ক) ওফাতা
(খ) আঠে মোংৰেং
(গ) গিৎচি
উত্তৰঃ (গ) গিৎচি
15. আদহীয়া বুলিয়াংসকলক কি বোলে ?
(ক) আখা বুলিয়াং
(খ) য়াপা বুলিয়াং
(গ) আজাং বুলিয়াং
উত্তৰঃ (খ) য়াপা বুলিয়াং
16. কেলে উপত্যকাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা কিমান ফুট ?
(ক) ৮০০০
(খ) ৫০০০
(গ) ৪০০০
উত্তৰঃ (খ) ৫০০০
17. আও ভাষাত মোৰাং ঘৰক কি বোলে ?
(ক) কিদং
(খ) টিয়াৰ
(গ) আৰিচু
উত্তৰঃ (গ) আৰিচু
18. চোংলি ঠালত কেইটা গোত্ৰ আছে ?
(ক) ৫৬
(খ) ৬৭
(গ) ৩৮
উত্তৰঃ (গ) ৩৮
19. জুহালক মিচিং সকলে কি বোলে ?
(ক) মেৰাম
(খ) কোৱাং
(গ) টুংগেং
উত্তৰঃ (ক) মেৰাম
20. মিচিং সকলৰ চাং ঘৰটো মাটিৰ পৰা কিমান মিটাৰ ওখ ?
(ক) ১.৯
(খ) ১.৫
(গ) ২.০
উত্তৰঃ (খ) ১.৫